ETV Bharat / state

দুজন চিকিৎসকৰে চলিছে লখিমপুৰ অসামৰিক চিকিৎসালয় - poor

220 খন বিছনাযুক্ত লখিমপুৰ অসামৰিক চিকিৎসালয়ত মাত্ৰ দুজন চিকিৎসকে কৰিব লগা হৈছে শ শ ৰোগীৰ  চিকিৎসা

দুজন  চিকিৎসকৰে চলিছে লখিমপুৰ অসামৰিক চিকিৎসালয়
author img

By

Published : Jul 24, 2019, 4:40 PM IST

লখিমপুৰ, 24 জুলাইঃ লখিমপুৰ অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাৱত ৰোগীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বানপানীৰ পাছত এতিয়া বানাক্ৰান্তৰ মাজত বিভিন্ন ৰোগে দেখা দিয়াৰ লগতে বিভিন্নজন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগত যাৰ বাবে চিকিৎসালয় খনৰ ভিতৰে বাহিৰে ৰোগীয়ে ভিৰ কৰিব লগা হৈছে ৷ কিন্তু আশ্চৰ্যজনক কথা যে, 220 খন বিছনাযুক্ত লখিমপুৰ অসামৰিক চিকিৎসালয়ত মাত্ৰ দুজন চিকিৎসকে শ শ ৰোগীৰ চিকিৎসা কৰিব লগা হৈছে ৷ ইয়াৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি অতিষ্ঠ হৈ পৰিছে ৰোগীৰ লগতে অভিভাৱকসকল ৷

Intro:ৰাজ্য ৰ চিকিৎসা লয় কেনেদৰে চলিছে। বাৰিষা বানপানী ৰ লগতে দেখা দিছে মহামাৰীয়ে। কিন্তু লখিমপুৰ অসামৰিক চিকিৎসা লয়ত পৰ্যাপ্ত চিকিৎসকৰ অভাৱত হাহাকাৰ অৱস্থা ৰোগীৰ।

Body:GFX: চিকিৎসা লয়ত দীঘলীয়া শাৰী ৰোগীৰ
GFX: দুজন চিকিৎসকৰ বিপৰীতে শ শ ৰোগী
GFX: পৰ্যাপ্ত চিকিসকৰ অভাৱ লখিমপুৰ অসামৰিক চিকিৎসালয়ত।
VO:এইয়া লখিমপুৰ অসামৰিক চিকিৎসা লয়ৰ দৃশ্য। ভিতৰে বাহিৰে ভিৰ ৰোগীৰ। বানৰ পিছতে বিভিন্ন স্থানত দেখা দিছে ৰোগে। জ্বৰ, পেটৰ বিষ উপৰিও বিভিন্ন স্থানৰ পৰা লখিমপুৰ অসামৰিক চিকিৎসা লয়ত ভৰ্তি হৈছে জাপানী এনকেফেলাইটিছত আক্ৰান্ত ৰোগী। কিন্তু শুনি আচৰিত হব 220 খন বিছনাৰ যুক্ত লখিমপুৰ অসামৰিক চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক। যাৰ বাবে ঘণ্টাৰ ৰ পিছত ঘণ্টা ধৰি চিকিৎসকৰ বাবে অপেক্ষা কৰি অতিষ্ঠ ৰোগীৰ লগতে অবিভাৱক। কাৰণ চিকিৎসা লয়ত নাই চিকিৎসক।
BYTE:

Conclusion:বানৰ সময়ত চিকিৎসকৰ অভাব পুৰন কৰিব পৰা নাই ৰাজ্য ৰ স্বাস্থ্য বিভাগে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ বিভাগত চিকিৎসকৰ অভাবৰ বাবে লখিমপুৰ ত হাহাকাৰ ৰোগীৰ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.