ETV Bharat / state

লখিমপুৰত অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰশাসনৰ হাতোৰা - 60 খন অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠান

লখিমপুৰত 60 খন অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰত অবৈধ ব্যৱসায়িক প্ৰতিস্থান উচ্ছেদ
author img

By

Published : Sep 7, 2019, 3:26 PM IST

Updated : Sep 7, 2019, 4:51 PM IST

লখিমপুৰ, 7 ছেপ্টেম্বৰঃ শনিবাৰে জিলা প্ৰশাসনে লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ সন্মুখত অবৈধ ভাবে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত উচ্ছেদ অভিযান চলায়৷ জানিব পৰা মতে প্ৰশাসনে এমাহ পূবে জাননী জাৰি কৰাৰ পাচত এই উচ্ছেদ অভিযান চলায়৷

উল্লেখ্য যে এই পথটো লীলাবাৰীৰ বিমান বন্দৰলৈ যোৱা একমাত্ৰ পথ আৰু সদা ব্যস্ত এই পথটোত চিকিৎসালয়ৰ লগতে বহু কেইখন বিদ্যালয় আছে । এই ৰাজপথটোৰ কাষত অবৈধ ভাবে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে বহু যান-জঁটৰ সৃষ্টি কৰিছিল৷ যাৰ ফলত ৰোগীয়ে আদবাটতে মৃত্যু বৰণ কৰিব লগীয়া হয়৷ যাৰ ফলশ্ৰুতিত শনিবাৰে প্ৰশাসনে 60 খন অবৈধ ব্যৱসায়ীক প্ৰতিষ্ঠানত এনেদৰে উচ্ছেদ অভিযান চলায় ৷

Intro:লখিমপুৰ অসামৰিক চিকিৎসা লয়ৰ সমুখত অবৈধ ভাবে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিস্থানত উচ্ছে দ।

Body:প্ৰশাসনে এমাহ পূবে জাননী জাৰি কৰি শনিবাৰে এফালৰ পৰা ভাঙিলে সকলো দোকান পোহাৰ। উল্লেখযোগ্য যে লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ সমুখত ৰাজপথৰ কাষতে অবৈধ ভাবে গঢ়ি উঠা ব্যৱসায়িক প্ৰতিস্থান সমুহে সৃষ্টি কৰিছিল যান যতৰ।

Conclusion:লীলিবাৰিৰ বিমান বন্দৰ, চিকিৎসা লয়, লগতে ব্যস্ততাৰ পূৰ্ণ পথটোত আছে বহু কেইখন বিদ্যালয়। প্ৰশাসনৰ আশা উচ্চেদ আভিযানে সকাহ দিব ৰোগী সকলক।
Last Updated : Sep 7, 2019, 4:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.