ETV Bharat / state

উইং কমাণ্ডাৰ বৰ্ণালী গগৈৰ বাসগৃহত উপস্থিত সৰ্বানন্দ সোণোৱাল

author img

By

Published : Oct 30, 2020, 10:12 PM IST

বায়ু সেনাত অসমৰ প্ৰথম মহিলা উইং কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে বৰ্ণালী গগৈয়ে। ১৯৯৬ চনৰ ২৭মে’ত বায়ু সেনাত পাইলট অফিচাৰ হিচাপে যোগদান কৰা বৰ্ণালী গগৈয়ে পাছত ফ্লায়িং অফিচাৰ , ফ্লায়িং লেফটেনেন্ট আদি পদোন্নতি হয়। ২০০২ চনত বৰ্ণালী গগৈয়ে ৰাষ্ট্ৰপতিৰ বঁটাৰেও সন্মানিত হৈছিল।

cm-visited-naoboicha
উইং কমাণ্ডাৰ বৰ্ণালী গগৈৰ বাসগৃহত উপস্থিত সৰ্বানন্দ সোণোৱাল

নাওবৈচা, ৩০অক্টোবৰ : অসম গৌৰৱ তথা লখিমপুৰৰ জীয়ৰী উইং কমাণ্ডাৰ বৰ্ণালী গগৈৰ বাসগৃহত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উইং কমাণ্ডাৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ বৰ্ণালী গগৈৰ মাতৃক শুভেচ্ছা জনোৱাৰ লগতে পৰিয়ালৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰে সৰ্বানন্দ সোণোৱালৰ । উক্ত সময়খিনিত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলে , ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে।

উল্লেখ্য যে বায়ু সেনাত অসমৰ প্ৰথম মহিলা উইং কমাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰিছে বৰ্ণালী গগৈয়ে। ১৯৯৬ চনৰ ২৭মে’ত বায়ু সেনাত পাইলট অফিচাৰ হিচাপে যোগদান কৰা বৰ্ণালী গগৈয়ে পাছত ফ্লায়িং অফিচাৰ , ফ্লায়িং লেফটেনেন্ট আদি পদোন্নতি হয়। ২০০২ চনত বৰ্ণালী গগৈয়ে ৰাষ্ট্ৰপতিৰ বঁটাৰেও সন্মানিত হৈছিল।
লগতে পঢ়ক: হিৰ'পন্টি 2 ত টাইগাৰ শ্ৰফৰ বিপৰীতে থাকিব তাৰা চোটাৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.