ETV Bharat / state

কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক আক্ৰমণ কৰা দুৰ্বৃত্তক আটক

কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক নিৰ্বাচনী প্ৰচাৰলৈ যাওতে আক্ৰমণ কৰা মূল অভিযুক্ত পাঁচোজনকে আটক কৰিছে আৰক্ষীয়ে ৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দুটাকৈ স্থানত আক্ৰমণ কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে

author img

By

Published : Apr 6, 2019, 1:30 PM IST

ANIL BORGOHAIN

লখিমপুৰ, 6 এপ্ৰিলঃ শুকুৰবাৰে লখিমপুৰ লোকসভাৰ কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঁইক নিৰ্বাচনী প্ৰচাৰৰ বাবে যাওতে আক্ৰমণ কৰা পাচঁজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

ETV BHARAT
ATTACKERS

এই পাঁচজন লোকে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ওপৰত জোনাই সমষ্টিৰ দুটাকৈ স্থানত আক্ৰমণ কৰাৰ উপৰিও ৰিগবি নামৰ স্থানত শিলগুটি নিক্ষেপ কৰিছিল ৷

ETV BHARAT
ATTACKERS

কংগ্ৰেছ দলৰ এজাহাৰৰ ভিত্তিত ধেমাজি আৰক্ষী অধীক্ষকৰ তৎপৰতাত পাঁচোজনক আটক কৰা হয় যদিও এজন এতিয়াও পলাতক অৱস্থাত ৷

ETV BHARAT
ATTACKERS

এই ঘটনাৰ সৈতে জড়িত লোককেইজন হৈছে মূল অভিযুক্ত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ তথা গণশক্তি দলৰ নিৰ্বাচিত প্ৰতিনিধি কনক দলে, গনশক্তিৰ নেতা সত্যজিৎ চুংক্ৰাং, লিখন মৰাং, লুইছ পেগু আৰু ৰাজু টাইড ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.