ETV Bharat / state

গোসাঁইগাৱঁত মহিলা সন্ধানহীন ; চিন্তিত পৰিয়াল - গোসাঁইগাৱঁত মহিলা সন্ধানহীন

কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰিকীৰ কিবা সন্ধান লাভ কৰিলে 7896183421, 8133000672, 8638466845 নম্বৰত যোগাযোগ কৰিবলৈ দূৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে ৷

গোসাঁইগাৱঁত মহিলা সন্ধানহীন
author img

By

Published : Oct 29, 2019, 8:24 PM IST

গোসাঁইগাঁও, 29 অক্টোবৰ: ২৮ অক্টোৱৰৰ পুৱা প্ৰায় ৯ বজাৰ পৰা কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ সদৰ চহৰৰ নিৱাসী তথা গোসাঁইগাওঁ মহাবিদ্যালয়ৰ কৰ্মচাৰী জেউতি ডেকা মেধি (৪৬) নামৰ মহিলা গৰাকী সন্ধানহীন হৈ আছে ৷ মহিলাগৰাকী সন্ধানহীন হোৱা বাতৰিয়ে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গোসাঁইগাওঁ কলেজৰোড নিৱাসী প্ৰদীপ মেধিৰ পত্নী জেউতি ডেকা মেধি যোৱা ২৮ অক্টোৱৰৰ পুৱা ঘৰৰ পৰা গোসাঁইগাওঁ চাৰিআলি কালি মন্দিৰলৈ বুলি ওলাই গৈছিল ৷ পৰিয়ালৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মহিলা গৰাকী বৃক্ক আৰু হৃদ ৰোগত আক্ৰান্ত হৈ মানসিক ভাৱে হতাশাত ভুগি আছিল ৷ হাঁহিমুখীয়া মহিলা গৰাকী সোমবাৰে ঘৰৰ পৰা ওলাই অহাৰে পৰা নিৰুদ্দেশ হৈ আছে ৷

গোসাঁইগাৱঁত মহিলা সন্ধানহীন

পৰিয়ালৰ লোকে ম'বাইল ফোনত যোগাযোগ কৰে যদিও ম'বাইলৰ চুইছ বন্ধ হৈ আছে ৷ তাৰ পিছৰ পৰা এই পৰ্যন্ত মহিলা গৰাকীৰ কোনো সুং-সুত্ৰ লাভ কৰা নাই পৰিয়ালে ৷ কোনো সদাশয় ব্যক্তিয়ে যদি মহিলা গৰিকীৰ কিবা সন্ধান লাভ কৰে তেন্তে 7896183421, 8133000672, 8638466845 নম্বৰত যোগাযোগ কৰিবলৈ দূৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে ৷

আৰু পঢ়ক: হঠাৎ অসুস্থ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ICUত ভৰ্তি

Intro:গোসাঁইগাৱঁৰ মহিলা সন্ধানহীন: চাঞ্চল্য:

Anchor: যোৱা ২৮ অক্টোৱৰৰ ৰাতিপুৱা প্ৰায় ৯ বজাৰ পৰা কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ সদৰ চহৰৰ নিৱাসী তথা গোসাঁইগাওঁ মহাবিদ্যালয়ৰ কৰ্মচাৰী জেউতি ডেকা মেধি (৪৬) সন্ধানহীন হৈ আছে ৷ মহিলা গৰাকীৰ সন্ধানহীন হোৱা বাতৰিয়ে অঞ্চল জুৰি চাঞ্চল্য বিৰাজ কৰিছে ৷

Body:VO_ গোসাঁইগাওঁ কলেজৰোড নিৱাসী প্ৰদীপ মেধিৰ পত্নী জেউতি ডেকা মেধি যোৱা ২৮ অক্টোৱৰৰ ৰাতিপুৱা ঘৰৰ পৰা গোসাঁইগাওঁ চাৰিআলি কালি মন্দিৰলৈ বুলি অলাই অহে ৷ পৰিয়ালৰ পৰা জানিব পৰা মতে, দীৰ্ঘদিন ধৰি মহিলা গৰাকী বৃক্ক আৰু হৃদ ৰোগত আক্ৰান্ত হৈ মানসীক ভাৱে হতাশাত ভূগি আছিল ৷ হাহিঁ মূখি মহিলা গৰাকী যোৱা কালি গৃহৰ পৰা অলাই আহি নিৰুদ্দিষ্ট হৈ পৰে ৷ ইপিনে মোৱাইল ফোনত যোগাযোগ কৰে যদিও মোৱাইল ফোনটো বন্ধ পায় ৷ তাৰ পিছৰ পৰাই এই পৰ্য্যন্ত মহিলা গৰাকীৰ কোনো সুং সুত্ৰ লাভ কৰা নাই ৷ Conclusion:কোনো সদাশয় ব্যক্তিয়ে যদি মহিলা গৰিকীৰ কিবা সন্ধান লাভ কৰে উল্লেখিত মোৱাইল নম্বৰত ততাতৈয়াকৈ পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিবলৈ দূৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে ৷
যোগাযোগ নৱেম্বৰ_
MOBILE NO. 7896183421, 8133000672
8638466845

Byte: শ্বেখৰ জ্যোতি মেধি (সন্ধানহীন মহিলা গৰাকীৰ জেষ্ঠ পুত্ৰ)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.