ETV Bharat / state

তৰুণ গগৈৰ মৃত্যুত UPPL ৰ শোকপ্ৰকাশ

author img

By

Published : Nov 24, 2020, 7:38 PM IST

বিটিআৰৰ মুখ্য বিৰোধী দল ইউ পি পি এলে মঙলবাৰে কোকৰাঝাৰ চহৰস্থিত মুখ্য কাৰ্য্যালয়ত শোক দিৱস হিচাপে পালন কৰি প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনায় ৷ তদুপৰি দলটোৱে বিটিচি নিৰ্বাচনৰ বাবে চলাই থকা সকলো কাৰ্যসূচী মঙলবাৰৰ দিনটোৰ বাবে বাতিল কৰে ৷

uppl-condolence-to-tarun-gogoi
তৰুণ গগৈৰ মৃত্যুত UPPL ৰ শোকপ্ৰকাশ

কোকৰাঝাৰ, 24, নৱেম্বৰ : ১৫ বছৰ ধৰি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সুদক্ষ ৰাজনৈতিক নেতা তৰুণ গগৈৰ পৰলোক প্ৰাপ্তিয়ে শোকবিহ্বল কৰিছে ৰাজ্যবাসীক ৷
বিটিআৰৰ মুখ্য বিৰোধী দল ইউ পি পি এলে মঙলবাৰে কোকৰাঝাৰ চহৰস্থিত মুখ্য কাৰ্য্যালয়ত শোক দিৱস হিচাপে পালন কৰি প্ৰয়াত তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনায় ৷ তদুপৰি দলটোৱে বিটিচি নিৰ্বাচনৰ বাবে চলাই থকা সকলো কাৰ্যসূচী মঙলবাৰৰ দিনটোৰ বাবে বাতিল কৰে ৷

তৰুণ গগৈৰ মৃত্যুত UPPL ৰ শোকপ্ৰকাশ
ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো, বিটিচি বাওঁশুংগ্ৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্মকে ধৰি ইউ পি পি এল দলৰ নেতাৰ কৰ্মীয়ে মৌন প্ৰাৰ্থনা কৰি তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে ৷লগতে পঢ়ক: শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.