ETV Bharat / state

লগ্ন চাই দাখিল কৰিলে মনোনয়ন! পিচে কোন এই প্ৰাৰ্থী?

আজি দিনৰ 11.06 বজাত মনোনয়ন দাখিল কৰি এই সময় শুভ বুলি মন্তব্য কৰে বি টি চি তথা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতত 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিধায়ক কামালছিং নাৰ্জাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী আৰু বি পি এফৰ বহুকেইগৰাকী শীৰ্ষ নেতৃবৃন্দ ।৷ লগতে চি পি আই(এম)ৰ দেশৰ সবাতোকৈ কনিষ্ঠ প্ৰাৰ্থী 25 বছৰীয়া বীৰাজ ডেকাইও আজি দাখিল কৰে মনোনয়ন৷

THREE CANDIDATES OF KOKRAJHAR FILED NOMINATION
author img

By

Published : Apr 2, 2019, 9:48 PM IST

কোকৰাঝাৰ, 2 এপ্ৰিল: বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত এক আনন্দমুখৰ পৰিৱেশৰ মাজেদি আজি কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ হাইপ্ৰফাইল বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু চি পি আই(এম)ৰ দেশৰ সবাতোকৈ কনিষ্ঠ প্ৰাৰ্থী 25 বছৰীয়া বীৰাজ ডেকাই ৷

ETV BHARAT
THREE CANDIDATES OF KOKRAJHAR FILED NOMINATION

উল্লেখ্য যে, এইবাৰ কোকৰাঝাৰ সমষ্টি উদ্ধাৰ কৰাৰ স্বাৰ্থত কেৱল ৰণকৌশল তৈয়াৰ কৰাই নহয়, লগ্ন চাইহে মনোনয়ন পত্ৰ দাখিল কৰিলে বি পিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই । আজি দিনৰ 11.06 বজাত মনোনয়ন দাখিল কৰি এই সময় শুভ বুলি মন্তব্য কৰে বি টি চি তথা বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ।

THREE CANDIDATES OF KOKRAJHAR FILED NOMINATION
বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতত 5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকেৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বি পি এফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিধায়ক কামালছিং নাৰ্জাৰী, মন্ত্ৰী চন্দন ব্ৰহ্ম, বিটিচি উপ প্ৰধান খাম্পা বৰগয়াৰী আৰু বি পি এফৰ বহুকেইগৰাকী শীৰ্ষ নেতৃবৃন্দ ।

ইপিনে বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াইও বৃহৎ পৰিমাণৰ সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত তেখেতেও পূৰ্বতকৈ বেছি ভোটত জয়ী হোৱাৰ কথা উল্লেখ কৰাৰ লগতে বড়োলেণ্ড আৰু অবড়ো জনগোষ্ঠীৰ হকে তেওঁ সদায় মাত মাতি আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আনফালে সমগ্ৰ দেশৰে অন্যতম কণিষ্ঠ প্ৰাৰ্থী হিচাবে চৰ্চিত চি পি এই এমৰ বিৰাজ ডেকায়ো বহুসংখ্যক সমৰ্থকৰ উপস্থিতিত দাখিল কৰে মনোনয়ন পত্ৰ ।

Intro:উৎসৱমুখৰ পৰিৱেশৰ মাজেদি কোকৰাঝাৰত তিনিগৰাকীকৈ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল।

লগ্ন চাইহে মনোনয়ন পত্ৰ দাখিল: হাগ্ৰামা মাহিলাৰী।।

Body:হয়, আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বৃহৎ পৰিমাণৰ সমৰ্থকৰ উপস্থিতিত এক আনন্দমুখৰ পৰিৱেশৰ মাজদি আজি কোকৰাঝাৰ সমিষ্টি ৰ বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিলে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ হাইপ্ৰফাইল বি পি এফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু চি পি আই(এম)ৰ দেশৰ সবাতোকৈ কনিষ্ঠ প্ৰাৰ্থী ২৫ বছৰীয়া বীৰাজ ডেকাই৷।

উল্লেখ্য যে  বিপিএফ য়ে এইবাৰ কোকৰাঝাৰ সমিষ্টি টু উদ্ধাৰ কৰিব কাৰণে কেৱল ৰণকৌশল ৰচায়ে নহয়, লগ্ন চাইহে মনোনয়ন পত্ৰ আজি দাখিল কৰিলে বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই। লগ্ন হিচাবে আজি দিনৰ ১১.০৬ বজা সময় টু শুভ আছিল কাৰণে মনোনয়ন দাখিল কৰিলে এয়ে মন্তব্য বি টি চি তথা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

ৰাজ্যসভাৰ সাংসদ বিশ্বজীৎ দৈমাৰী সহ, বি পি এফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী,বিধায়ক কামালছিং নাৰ্জাৰী মন্ত্রী চন্দন ব্ৰহ্ম, বিটিচি উপ প্ৰধান খামপা বর্গয়াৰী আৰু বি পি এফ ৰ বহুকেইগৰাকী শীৰ্ষ নেৰ্তৃত্ব আৰু বৃহৎ সমৰ্থকৰ উপস্থিতত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ আজি মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে।

Conclusion:ইপিনে বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াইও বৃহৎ পৰিমাণৰ সমৰ্থকৰ উপস্থিতিত আজি মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত তেখেতেও পূৰ্বতকৈ বেছি ভটোত জয়ী হোৱাৰ কথা উল্লেখ কৰাৰ লগতে বড়োলেণ্ড আৰু অবড়ো জনগোষ্ঠীৰ হকে তেওঁ সদায় মাত মাতি অহাৰ কথা উল্লেখ কৰে৷

আনফালে দেশৰ প্ৰাৰ্থী মাজতে সবাতোকৈ কণিষ্ঠ প্ৰাৰ্থী হিচাবে চৰ্চিত চি পি এই এম ৰ বিৰাজ ডেকা য়ে মনোনয়ন পত্ৰ দাখিল কৰে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.