ETV Bharat / state

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ মৰনৈ চাহ বাগিচাত উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 26, 2020, 9:07 PM IST

শ্ৰমিকৰ হাজিৰা বৃদ্ধি আৰু কামৰ সময় বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ মৰনৈ চাহ বাগিচাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সকলে।

tea labure protest aginest at kokrajhar
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ মৰনৈ চাহ বাগিচাত উত্তাল প্ৰতিবাদ

কোকৰাঝাৰ,26 নৱেম্বৰঃ অসম চাহ মজদূৰ সংঘৰ উদ্যোগত বৃহস্পতিবাৰে গোসাঁইগাঁৱৰ মৰনৈ চাহ বাগিচা উত্তাল কৰি তোলে শ্ৰমিকসকলে। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু কামৰ সময় ৮ ঘণ্টাৰ পৰিবৰ্তে ১২ ঘণ্টালৈ বৃদ্ধি কৰাৰ প্ৰতিবাদত মৰনৈ চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সমুখত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে ।

ইপিনে শ্ৰমিকসকলে হাতে হাতে বিভিন্ন প্ৰতিবাদী শ্ল’গান সম্বলিত বেনাৰ, প্লেকাৰ্ড লৈ বিজেপি চৰকাৰ মুর্দাবাদ, চাহ শ্ৰমিকক লৈ ৰাজনীতি বন্ধ কৰক, চাহ শ্ৰমিকক শোষণ কৰা বন্ধ কৰক, অসম চৰকাৰ হায় হায়, আমাৰ মুজুৰি বৃদ্ধি কৰক, কামৰ সময় বৃদ্ধি কৰা নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

লগতে পঢ়কঃ যোৰহাটত আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ প্ৰবঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.