ETV Bharat / state

শ্ৰী ৰামপুৰত আৰক্ষীৰ অভিযানঃ দুখন ট্ৰাক সহ 61 টা গৰু জব্দ - শ্ৰীৰামপুৰত শিমুলটাপু আৰক্ষীৰ অভিযান

শ্ৰীৰামপুৰত শিমুলটাপু আৰক্ষীৰ অভিযানত দুখন ট্ৰাক সহ 61 টা গৰু জব্দ , আটক গৰু সৰবৰাহকাৰী

শ্ৰী ৰামপুৰত আৰক্ষীৰ অভিযানঃ দুখন ট্ৰাক সহ 61 টা গৰু জব্দ
author img

By

Published : Sep 11, 2019, 6:19 PM IST

গোসাইগাঁও,11 ছেপ্তেম্বৰ : কোকৰাঝাৰ শিমুলটাপু আৰক্ষীৰ বৃহৎ সাফল্য ৷ মঙলবাৰে নিশা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত বহিঃ ৰাজ্যৰ পৰা অবৈধভাৱে আমদানিকৃত 61 টা গৰু সহ আটক হয় সৰবৰাহকাৰীকেইজন ৷ গৰু সৰবৰাহকাৰী কেইজনে এ-এছ-01LC 2683 আৰু BR-06GA-7297 নম্বৰৰ দুখন ট্ৰাকত গৰুবোৰ বহি:ৰাজ্যৰ পৰা আনোতে শ্ৰীৰামপুৰত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত গ্ৰেপ্তাৰ হয় আৰক্ষীৰ হাতত ৷

Intro:শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানঃ গাড়ী সহ 61 টা গৰু জব্দঃ

গোসাইগাওঁ,11 ছেপ্টেম্বৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত 31 নম্বৰ 'গ' ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এ-এছ-01LC 2683 আৰু BR-06GA-7297 নম্বৰৰ দুখন ট্ৰাক সহ বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত 61 টা গৰু জব্দ কৰাৰ লগতে গৰুৰ লগত অহা কেইবাজনক আটক কৰে ৷ Body:৷ আৰক্ষী সুত্ৰত প্ৰকাশ কৰা মতে, যোৱা কালি নিশাৰ ভাগত আন্তঃ ৰাজ্যিক সীমান্ত শ্ৰীৰামপুৰ হৈ অবৈধ ভাৱে গৰু সৰবৰাহ কৰাৰ তথ্য লাভ কৰি শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বহিঃ ৰাজ্যৰ পৰা আমদানিকৃত গৰু সহ দুখন ট্ৰাক আটক কৰি তালাচী চলায় ৷ Conclusion:৷ উল্লেখ্য যে অবৈধ গৰু চালান প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.