ETV Bharat / state

বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ময়ে ৷ মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ব্ৰহ্মই এই বিষয় উত্থাপন কৰাত বিপিএফ জড়িত থকাৰ কথা উল্লেখ কৰে ৷

author img

By

Published : Sep 8, 2020, 10:29 PM IST

Reaction of minister pramila rani brahma on bodo kachari welfare autonomous council kokrajhar assam etv bharat news
বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

কোকৰাঝাৰ,8 ছেপ্তেম্বৰ: অৱশেষত বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিপিএফৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ময়ে ৷ যি সময়ত বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সম্পৰ্কত বিপিএফ নেতা তথা মন্ত্ৰী চন্দন ব্ৰহ্মই বাজেটত গৃহীত নকৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল, এনে সময়তে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই স্থিতি স্পষ্ট কৰিছে ৷

মঙলবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ব্ৰহ্মই এই বিষয় উত্থাপন কৰাত বিপিএফ জড়িত থকাৰ কথা উল্লেখ কৰে ৷ কিন্তু এই কাউঞ্চিলত দুখন জিলা ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথক অন্তৰ্ভূক্ত কৰা সন্দৰ্ভত এক বেমেজালি সৃষ্টি হোৱাৰ আশংকাতে স্থগিত কৰা হৈছে ৷

আনহাতে, মঙলবাৰে 21 খন জিলাৰ 10 লাখ লোক বড়ো-কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদৰ পৰা বঞ্চিতৰ অভিযোগত বিভিন্ন স্থানত বড়ো দল-সংগঠনে বিপিএফৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰাক্তন বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷

লগতে চাওকঃ ওপজাদিনত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.