ETV Bharat / state

তৃতীয় বড়ো চুক্তি ৰাজ্যৰ বাবে শুভ বাৰ্তা : প্ৰমীলা ৰাণী ব্ৰহ্ম

author img

By

Published : Jan 27, 2020, 1:12 PM IST

তৃতীয় বড়ো চুক্তি সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিপিএফৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ এই চুক্তি সমগ্ৰ ৰাজ্যৰ বাবে এক শুভ বাৰ্তা বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

বিপিএফৰ মন্ত্ৰী
প্ৰমীলা ৰাণী ব্ৰহ্ম

কোকৰাঝাৰ, 27 জানুৱাৰী : সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন এনডিএফবিৰ মাজত স্বাক্ষৰিত হ'ব তৃতীয় বড়ো চুক্তি ৷ এই চুক্তি সম্পৰ্কত মন্তব্য আগবঢ়াইছে বিপিএফৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷

তৃতীয় বড়ো চুক্তি সম্পৰ্কত প্ৰমীলা ৰাণী ব্ৰহ্মৰ মন্তব্য

ব্ৰহ্মই কয় যে, এই চুক্তি সমগ্ৰ ৰাজ্যৰ বাবে এক শুভ বাৰ্তা ৷ এই চুক্তি কেৱল বড়ো জনগোষ্ঠীৰ নহয়, সমগ্ৰ জাতি-জনজাতিৰ সমান অধিকাৰৰ বাবে স্বাক্ষৰ কৰা হৈছে ৷ বিজেপি নেতৃত্বধীন চৰকাৰে সমগ্ৰ দেশত শান্তি ৰক্ষাৰ্থে অস্ত্ৰধাৰী আন্দোলন শেষ কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেইয়া শুভ লক্ষণ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আৰু পঢ়ক : ৰাইজৰ প্ৰতিবাদ সাব্যস্ত ৰঙিয়াত

Intro: মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই কি কলে তৃতীয় বড়ো চুক্তিৰ ওপৰত।

দীৰ্ঘদিনীয়া অশস্ত্ৰ সংগঠন এনডিএফবি হৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাৰে নতুন চুক্তিক আদৰণি জনাইছে বিপিএফৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই।

Body:আজি কোকৰাঝাৰত সাংবাদীকৰ আগত কৈযে এই চুক্তিয়ে সমগ্ৰহ ৰাজ্যেৰ এক শুভ বাৰ্তা।

এই চুক্তি কেৱল বড়ো জনগোষ্টীৰ নহয় , সমগ্ৰহ জাতি জনজাতিৰ সমান অধিকাৰৰ বাবেহে।

বিজেপি নেতৃত্ব চৰকাৰে সমগ্ৰহ দেশত শান্তিৰবাবে অস্ত্ৰধাৰী আণ্ডালনক খেক কৰিবৰবাবে পদক্ষেপত লোৱাটো ক্ষোভ লয়ক্ষণ বুলি মন্তব্য কৰে।

Conclusion:উল্লেখ্যযে আজি কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবি সৈতে দিল্লীত নতুন বড়ো চুক্তিৰ হোৱাৰ কথা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.