ETV Bharat / state

মানব সম্পদৰ সেৱাত নিয়োজিত এদল যোদ্ধা - কোকৰাঝাৰ আৰক্ষী

এই দৃশ্য উত্তৰ পূৱৰ দুৱাৰ স্বৰূপ শ্ৰীৰামপুৰত থকা আন্তঃৰাজ্যিক তালাচি চকীৰ। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত কৰ'ণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত জৰুৰী কালীন সেৱাত বৰ্তী হৈ আছে এই সকল চিকিৎসক, নাৰ্ছ, আৰক্ষী, প্ৰশাসন আদি।

kokrajhar
মানব সম্পদৰ সেৱাত নিয়োজিত এদল যোদ্ধা
author img

By

Published : Jun 21, 2020, 8:41 PM IST

কোকৰাঝাৰ, 21 জুনঃ দেশ সেৱাত বৰ্তি হৈ থকা এদল প্ৰকৃত যোদ্ধা । ২৪ ঘণ্টাই মানব সম্পদ ৰক্ষণা বেক্ষনৰ দায়িত্বত নিয়োজিত হৈ আছে এইসকল যোদ্ধা । জৰুৰী কালীন সেৱাৰ লগত জড়িত এইসকলে নিজৰ বিপদকো আওকাণ কৰি দেশৰ সেৱাত বৰ্তি হৈ আছে ।

মানব সম্পদৰ সেৱাত নিয়োজিত এদল যোদ্ধা

এই দৃশ্য উত্তৰ পূৱৰ দুৱাৰ স্বৰূপ শ্ৰীৰামপুৰত থকা আন্তঃৰাজ্যিক তালাচি চকীৰ। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত কৰ'ণা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত জৰুৰী কালীন সেৱাত বৰ্তী হৈ আছে এই সকল চিকিৎসক, নাৰ্ছ, আৰক্ষী, প্ৰশাসন আদি । বিগত দুই তিনিমাহে পৰিয়ালৰ পৰা দূৰত থাকি নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰি আহিছে এইসকল জোৱানে । পৰিয়াল পৰিজনৰ কথা চিন্তা নকৰি নিষ্ঠাৰে পালন কৰি গৈছে নিজৰ দায়িত্ব ।

লগতে পঢ়কঃ বন্দে ভাৰত আচঁনিঃ ২১৯ গৰাকী যাত্ৰী লৈ টকিঅ'ৰ পৰা ভাৰতলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.