ETV Bharat / state

নৱবৰ্ষৰ শুভেচ্ছা উপায়ুক্ত ভাস্কৰ পেগু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ

author img

By

Published : Jan 1, 2020, 9:33 PM IST

নৱবৰ্ষৰ প্ৰথমটো দিনত জিলাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৱে ৷ সমান্তৰালকৈ কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়ায়ো ইটিভি ভাৰতৰ জৰিয়তে অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷

New year wishes from DC Bhaskar Pegu and MP Naba Saraniya
নৱবৰ্ষৰ শুভেচ্ছা উপায়ুক্ত ভাস্কৰ পেগু আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ

তিনিচুকীয়া আৰু কোকৰাঝাৰ, 1 জানুৱাৰীঃ নিজ কাৰ্যালয়ত কর্মব্যস্ততাৰ মাজতে নৱবৰ্ষৰ প্ৰথমটো দিনত জিলাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুৱে ৷ নতুন বছৰটোৰ পহিলা দিনটোত জিলাখনৰ সামগ্ৰীক দিশত সকলোকে লগত লৈ উন্নয়নৰ প্ৰয়াস চলোৱাৰ কথা ব্যক্ত কৰে উপায়ুক্ত গৰাকীয়ে ৷ লগতে আইন শৃংখলাৰ দিশৰ ওপৰতো সকলো দল সংগঠনক লগত লৈ কাম কৰাৰ চেষ্টা চলোৱা হব বুলি ইটিভি ভাৰতৰ আগত মন্তব্য কৰে ৷

উপায়ুক্ত ভাস্কৰ পেগুৰ নৱবৰ্ষৰ শুভেচ্ছা

ইটিভি ভাৰতৰ জৰিয়তে অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ নতুন বৰ্ষটিত সমূহ ৰাইজৰে সুখ-সমৃদ্ধি বৃদ্ধিৰ শুভেচ্ছা জ্ঞাপন কৰে সাংসদগৰাকীয়ে ৷

সাংসদ নৱ কুমাৰ শৰণীয়াৰ নৱবৰ্ষৰ শুভেচ্ছা

লগতে পঢ়ক-প্লাষ্টিকমুক্ত পৃথিৱীৰ প্ৰত্যাশাৰে সংকল্পবদ্ধ এদল যুৱক-যুৱতী

Intro:কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ই টি ভি ভাৰতৰ জড়িয়তে অসম বাসীলৈ জনালে নৱ বৰ্ষৰ শুভেচ্ছা ।

Body:কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ই টি ভি ভাৰতৰ জড়িয়তে অসম বাসীলৈ জনালে নৱ বৰ্ষৰ শুভেচ্ছা ।

Conclusion:কোকৰাঝাৰ লোক সভা সমষ্টীৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ই টি ভি ভাৰতৰ জড়িয়তে অসম বাসীলৈ জনালে নৱ বৰ্ষৰ শুভেচ্ছা ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.