ETV Bharat / state

পবিত্ৰ মহালয়া উপলক্ষে কোকৰাঝাৰত বিশাল শোভাযাত্ৰা - KOKRAJHAR MOHALOYA

পবিত্ৰ মহালয়াৰ লগত সংগতি ৰাখি কোকৰাঝাৰ চহৰত তিতাগুৰি ভবাণিপুৰ দুৰ্গা পূজা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় । এইবেলি তিতাগুৰি ভবাণিপুৰ দুৰ্গা পূজাখন, ৭৫ বছৰ হোৱা বুলি জানিবলৈ দিয়ে দুৰ্গাপূজা উদযাপন সমিতিৰ বিষয়ববীয়াই ।

পবিত্ৰ মহালয়া উপলক্ষে কোকৰাঝাৰত বিশাল শোভাযাত্ৰা
author img

By

Published : Sep 28, 2019, 2:26 PM IST

কোকৰাঝাৰ,২৮ ছেপ্তেম্বৰঃ আজি পবিত্ৰ মহালয়া, চৌদিশে আজিৰেপৰা মা দুৰ্গাৰ বন্দনা আৰম্ভ। পবিত্ৰ দিনটোত মা দুৰ্গাক আদৰাৰ বাবে ৰাতিপুৱাৰে পৰা উখল-মাখল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰ চহৰ।

পবিত্ৰ মহালয়া উপলক্ষে কোকৰাঝাৰত বিশাল শোভাযাত্ৰা

দুৰ্গতি নাশিনী দেৱী মা দুৰ্গাৰ প্ৰাৰ্থনাৰে মুখৰিত সমগ্ৰ ৰাজ্য। পিছপৰি থকা নাই কোকৰাঝাৰৰ ৰাইজো । আজিৰ এই পবিত্ৰ দিনতোৰ লগত সংগতি ৰাখি ৰাতিপূৱা কোকৰাঝাৰ চহৰত তিতাগুৰি ভবাণিপুৰ দুৰ্গা পূজা সমিতিৰ উদ্যোগত ৰাইজৰ সহযোগত উলিয়াই এক বৰ্ণিল শোভাযাত্ৰা । এইবেলি তিতাগুৰি ভবাণিপুৰ দুৰ্গা পূজা খনে ৭৫ বছৰীয়া হীৰক জয়ন্তী উদযাপন কৰিবলৈ সক্ষম হোৱা বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে ।

Intro:পবিত্ৰ মহালয়াত উখল- মাখল পৰিবেশ কোকৰাঝাৰ চহৰ।।

আজি পবিত্ৰ মহালয়া, চৌদিকে আজিৰেপৰা মা দুৰ্গাৰ বন্দনা আৰম্ভ। আজিৰ এই পবিত্ৰ দিনটোত মা দুৰ্গাক আদৰাৰ বাবে ৰাতিপুৱাৰ উখল মাখল ৰাজ্যৰ বিভিন্ন প্ৰান্তত।

Body:দেশৰ অন্য ঠাইৰ দৰে সমান্তৰালকৈ কোকৰাঝাৰ চহৰত দেখা উখল মাখল পৰিবেশ।

কোকৰাঝাৰ চহৰৰ অতি প্ৰাচীন টিতাগুৰি ভবাণিপুৰ দুৰ্গা পূজা সমিতিয়ে এই বেলি 75 তম বৰ্ষৰে ধুম ধামেৰে উদযাপন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

Conclusion:আজিৰ এই পবিত্ৰ দিনতোক সংগতি ৰাখি ৰাতিপূৱায়ে এক সুভাযাত্ৰা বাহিৰ ওলাই। সাংবাদিক কনক চন্দ্ৰ বড়োৰ এক প্ৰতিবেদন।

DL......Kanak Chandra Boro
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.