ETV Bharat / state

কোকৰাঝাৰত দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

author img

By

Published : Aug 28, 2019, 1:34 AM IST

অসম স্কিল ডেভলপমেণ্ট মিছনৰ অধীনত থকা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গোৱাৰীয়ে ৷

কোকৰাঝাৰত দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

কোকৰাঝাৰ, 28 আগষ্ট: মঙলবাৰে কোকৰাঝাৰত মুকলি হল অসম স্কিল ডেভেলপমেণ্ট মিছনৰ অধীনত দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ ৷ বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গোৱাৰীয়ে মুকলি কৰা কেন্দ্ৰটোত কম্পিউটাৰ, চিচি টিভি আৰু নেটৱৰ্ক ষ্টৰেজ আদিৰো প্ৰশিক্ষণ দিয়া হব ৷ উল্লেখযোগ্য যে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰিবৰ বাবে বিভিন্ন দিশত প্ৰশিক্ষণ দি অহাৰ লগতে বৰ্তমানলৈকে 15টা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু প্ৰায় 800 জনৰো অধিক নিবনুৱা যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ যুৱক-যুৱতী সকলে আচাৰ বনোৱা, মেকআপ, বিউতি পাৰ্লাৰ, ডাটা এন্ট্ৰি, গাহৰি ইত্যাদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷ আশা কৰা হৈছে এই প্ৰশিক্ষণৰ জৰিয়তে বহু নিবনুৱা যুৱক-,যুৱতী লাভাৱান হব বুলি আশা কৰা হৈছে ৷

Intro:কোকৰাঝাৰত অসম স্কিল দেৱেলপমেণ্টৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি।

কোকৰাঝাৰ,27 আগষ্ট: অসমৰ বিভিন্ন জিলা লগতে ককৰাঝাৰটো আজি অসম স্কিল দেৱেলপমেণ্ট মিছনৰ অধীনত থকা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। কোকৰাঝাৰ চহৰত থকা আৰনাই মহাবিদ্যালয়ত কম্পিউটাৰ, চিচিটিভি আৰু নেটৱৰ্ক সত্বৰেজ আদি প্ৰশিক্ষণৰ কেন্দ্ৰটোক মুকলি কৰে বিটিচিৰ কাৰ্যবাহি সদ্যস দনেশ্বৰ গোৱাৰীয়ে।

Body:উল্লেখ কৰিবলগাযে অসম দক্ষতা বিকাশ অভিযানৰ (অসম স্কিল দেৱেলপমেণ্ট মিছন) অধীনত ৰাজ্যেৰ নিবনুৱা যুৱক যুৱতীক স্বাৱলম্বী কৰিবৰকাৰণে বিভিন্ন দিশত প্ৰশিক্ষণ দি আহিছে সমানতৰলকৈ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। কোকৰাঝাৰ জিলাত বৰ্তমানলৈকে 15 টা প্ৰশিক্ষণ কেন্দ্ৰ বিভিন্ন স্থানত স্থাপন কৰাহৈছে আৰু প্রায় 800 জনৰ অধিক নিবনুৱা যুৱক যুৱতী আৰু মহিলাই বিভিন্ন দিশত প্ৰশিক্ষণ কৰিআছে।
জিলা প্ৰজেক্ট মেনেজাৰ ছাৰুদ্দিন্ধু দেৱ দত্তই সাংবাদিকৰ আগত কৈযে মুঠ 15 টা কেন্দ্ৰত প্রায় 15 টা বিভিন্ন প্ৰজেক্টত প্ৰশিক্ষণ চলি আছে। তাৰে ভিতৰত আছে আচাৰ বনোৱা, মেকআপ, বিওতিপাৰ্লাৰ প্ৰশিক্ষণ, কাপূৰ ছিলোৱা, এমব্রইদাড়ি, ঘৰুৱা ডাটা ইন্ত্রী, গাহৰি পালন, এলিত্ৰিক মেকানিকেল ইত্যাদি। এই প্ৰশিক্ষণৰ জুৰীয়েতে বহু নিবনুৱা যুৱক যুৱতীয়ে লাভালাব হব বুলি উল্লেখ কৰে।

Conclusion:উক্ত উনুষ্ঠানত বিটিচিৰ কাৰ্যবাহি সদ্যস দনেশ্বৰ গোৱাৰী, অসম দক্ষতা বিকাশ অভিযানৰ জিলা প্ৰজেক্ট মেনেজাৰ ছাৰুদ্দিন্ধু দেৱ দত্ত আৰু আৰোনাই কলেজৰ প্ৰিন্সিপাল ৰাধেনদু ৰাই চৌধুৰী উপষ্টি থাকে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.