কোকৰাঝাৰ, 2 আগষ্টঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খন যোৱা 23 জুলাইত গঙিয়া নৈৰ ভয়াবহ বানে উটুৱাই নিয়ে । ইয়াৰ ফলত এতিয়া গ্ৰীষ্ম বন্ধৰ অন্তত পুনৰ পাঠদান সম্ভৱ হৈ থকা নাই বিদ্যালয় খনত ৷ 46 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ বাসগৃহ বানত উটি যোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা মুকলি আকাশৰ তলতে পাঠদান দিবলৈ বাধ্য হৈছে শিক্ষক সকল ৷ এনে পৰিস্থিতিত বিদ্যালয়খনৰ বাসগৃহ পুনৰ নিমাৰ্ণৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলতে পাঠদান - শিক্ষক
গ্ৰীষ্ম বন্ধৰ অন্তত 1 আগষ্টৰ পৰা বিদ্যালয় সমূহত পুনৰ আৰম্ভ হৈছে ৷ কিন্তু বান বিধ্বস্ত অঞ্চল সমূহত পাঠদান সম্ভৱ হৈ থকা নাই ৷ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ফালুগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খনৰ বাসগৃহ বানত উটি যোৱাৰ ফলত মুকলি আকাশৰ তলতে পাঠদান কৰিবলৈ বাধ্য হৈছে শিক্ষক ৷
![বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলতে পাঠদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4021664-thumbnail-3x2-fdh---copy.jpg?imwidth=3840)
বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলত পাঠদান
কোকৰাঝাৰ, 2 আগষ্টঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খন যোৱা 23 জুলাইত গঙিয়া নৈৰ ভয়াবহ বানে উটুৱাই নিয়ে । ইয়াৰ ফলত এতিয়া গ্ৰীষ্ম বন্ধৰ অন্তত পুনৰ পাঠদান সম্ভৱ হৈ থকা নাই বিদ্যালয় খনত ৷ 46 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ বাসগৃহ বানত উটি যোৱাৰ বাবে বৃহস্পতিবাৰৰ পৰা মুকলি আকাশৰ তলতে পাঠদান দিবলৈ বাধ্য হৈছে শিক্ষক সকল ৷ এনে পৰিস্থিতিত বিদ্যালয়খনৰ বাসগৃহ পুনৰ নিমাৰ্ণৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলত পাঠদান
বানে উটুৱাই নিলে বিদ্যালয়ৰ বাসগৃহ, মুকলি আকাশৰ তলত পাঠদান
Intro: বানে উটুৱাই নিলে বিদ্যালয়, মুকলি আকাশৰ তলত পাঠদান। ব্যাপক অসুবিধাৰ সন্মূখীন শিক্ষাৰ্থী।
ৰাজ্যত বানে ক্ৰমাৎ উন্নত হৈছে যদিও সমস্যা যেন খেক হৈ যোৱা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কোকৰাঝাৰত গোঙিয়া নৈৰ প্ৰলংকাৰী বানে ফালুগুৰি নয়পাৰা প্ৰাথমিক বিদ্যালয়টোক সম্পূৰ্ণৰূপে ধংশ হোৱাৰ ফলত ছাত্ৰ ছাত্ৰীসকল এতিয়া মুকলি আকাশৰ তলত বহি পাঠগ্ৰহণ কৰিবলগা হৈছে।
Body:কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ শিক্ষাখণ্ডৰ অন্তৰ্গত ফালুগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খন (ডাইচ কোড 18010224502) যোৱা 23 জুলাইত গঙিয়া নৈৰ ভয়াবহ বানে উটুৱাই নিয়ে। গ্ৰীষ্ম বন্ধ অন্ত পৰাৰ পিছত অৰ্থাৎ 1 আগষ্টৰ পৰা পুনৰাই বিদ্যালয়সমূহত আৰম্ভ হোৱাত ফালগুৰি নয়াপাৰা প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকল বিমোৰত পৰে।
বলিয়া বানে যিহেতু বিদ্যালয়খনেই উটুৱাই নিলে সেয়েহে পাঠদান কাৰ্য বিয়াপক সমস্যা সৃষ্টি হৈছে। 2006 চনত স্থাপিত হোৱা বিদ্যালয়খনত সম্প্ৰীতি 46 গৰাকী ছাত্ৰ ছাত্ৰী আছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক তোফিজ্জ্বল মণ্ডলে কে ধৰে গাঁওৰ ৰাইজে এটিয়া নিজৰ কোন কোন শিশুকলৈ বিপাঙত পৰিছে, অনাগত সময়ত কেনেকৈ চলাইলৈ যাব স্কুলখনক।
Conclusion:প্ৰশ্নত ৰদক নেওচি মুকলি আকাশৰ তলত পাঠদান অব্যাহত ৰাখিছে শিক্ষকজনে। লগতে কণ কন ছাত্ৰ ছাত্ৰীসকল এই ৰদত মুকলি আকাশৰ তলত পাঠদান কৰাত ব্যাপক সমস্যা সৃষ্টি হৈছে।