ETV Bharat / state

কোকৰাঝাৰ প্ৰশাসনৰ উদ্যোগত ডাইনী হত্যাক লৈ সজাগতা সভা

author img

By

Published : Aug 12, 2019, 6:44 PM IST

কোকৰাঝাৰৰ জোৰনাগ্ৰা গাঁৱৰ ডাইনী কাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ পিচতেই সোমবাৰে অঞ্চলটোৰ শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ উদ্দেশ্যে কোকৰাঝাৰ প্ৰশাসনে আয়োজন কৰে ডাইনী হত্যাক লৈ এক বিশেষ সজাগতা সভা

কোকৰাঝাৰ প্ৰশাসনৰ উদ্যোগত ডাইনী হত্যাক লৈ সজাগতা সভা

কোকৰাঝাৰ,12 আগষ্টঃ সোমবাৰে কোকৰাঝাৰ প্ৰশাসন,কোকৰাঝাৰ আৰক্ষীয়ে যৌথভাৱে জোৰনাগ্ৰা গাঁৱত এখন শান্তি আৰু সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাত ডাইনী হত্যা তথা অন্ধবিশ্বাসৰ বিভিন্ন দিশসমূহ সামৰি সজাগতাৰ বাবে বিশেষ প্ৰয়াস চলোৱা হয় ৷

কোকৰাঝাৰ প্ৰশাসনৰ উদ্যোগত ডাইনী হত্যাক লৈ সজাগতা সভা

উল্লেখ্য যে,কিছুদিনপূৰ্বে জোৰনাগ্ৰা গাঁৱৰ বাসিন্দা ভদ্ৰেশ্বৰ ৰাভা আৰু তেওঁৰ পৰিয়ালক ডাইনীৰ সন্দেহত গাঁও ত্যাগ কৰাৰ নিৰ্দেশ দিছিল গাঁৱৰ একাংশই। এই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত চলাই জোৰনাগ্ৰা গাঁৱৰ গাওঁবুঢ়া,ভিডিপি সম্পাদককে ধৰি ছজনকৈ লোকক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ অঞ্চলটোত হৈ থকা অন্ধবিশ্বাসৰ ঘটনা লাঘৱ কৰি শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ উদ্দেশ্যেই এই সজাগতা সভা অনুষ্ঠিত কৰে জিলা প্ৰশাসনে ৷

Intro:কোকৰাঝাৰৰ জোৰনাগ্ৰা গাঁওৰ ডাইনী কাণ্ডই ৰাইজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি হোৱাৰ পিছত আজি কোকৰাঝাৰ প্ৰশাসনৰ উদ্যাগত এক সজাগতা সভা অনুষ্ঠিত হয়।

Body:জোৰনাগ্ৰা গাঁওৰে বাসিন্দা ভদ্ৰেশ্বৰ ৰাভা আৰু পৰিয়ালক ডাইনী সন্দেহ কৰি গাওঁৰ ৰাইজে গাঁও ত্যাক কৰাৰ নিৰ্দেশ কৰিছিল। তাৰে বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছত কোকৰাঝাৰ আৰক্ষীয়ে তদন্ত চলাই জোৰনাগ্ৰা গাঁওৰ গাওঁবুঢ়া, ভিডিপি সম্পাদকে ধৰি ছজনকৈ লোকক আটক কৰি জেলহাজোত প্ৰেৰণ কৰিছিল তাৰপিছতে অঞ্চলত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছিল।

শান্তি সম্প্ৰীতি ঘূৰাই অনাৰ উদ্দেশ্যৰে আজি কোকৰাঝাৰ প্ৰশাসন, কোকৰাঝাৰ আৰক্ষীয়ে যৌথভাবে এখন শান্তি আৰু সজাগতা উনষ্টি কৰে। যত গাঁওৰ বহুসংখয়াক গাঁওৰ ৰাজে অংশগ্ৰহণ কৰে। লগতে সভাত কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দ্বীপন বৰ্মন, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া ৰোজি ৰাণী শৰ্মা, চি ডব্লিউ চিৰ ছেয়াৰমেন মালতী ৰাণী নাৰ্জাৰী আৰু সদৌ বড়ো মহিলা কল্যান পৰিষদৰ নেত্ৰীবিন্দু অংশগ্ৰহণ কৰে।

Conclusion:উল্লেখযোগ্যযে কোকৰাঝাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে অৱকত হৈ গাঁওখনৰ গাওঁবুঢ়া কৰণ ৰাভা (65), নিতাই ৰাভা (48), মাৰুণ ৰাভা (42), ৰাঙগৰ ৰাভা (30), পগুৰ ৰাভা (65) আৰু ৰামেশ্বৰ ৰাভা ( 30)। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষীয়ে গোচৰ নং 382/2019,US 4(i) (ii) /7/9(ii)/10/11 The Assam witch hunting (prohibition prevention & protection act 2015) ৰুজু কৰি জেলহাজোত প্ৰেৰণ কৰিছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.