ETV Bharat / state

কোকাৰাঝাৰতো পৰিছে নেছ’ৰ 11 ঘন্টীয়া বন্ধৰ প্ৰভাৱ

author img

By

Published : Dec 10, 2019, 10:52 AM IST

সমগ্ৰ উত্তৰ-পূৱৰ লগতে বিটিএডিৰ মুখ্য চহৰ কোকাৰাঝাৰতো পৰিছে বন্ধৰ ব্যাপক প্ৰভাৱ ৷ কোকৰাঝাৰৰ জেডি ৰোড,প্ৰগতি ভৱন আদিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

Kokrajhar NESO bandh impact
কোকাৰাঝাৰতো পৰিছে নেছ’ৰ 11 ঘন্টীয়া বন্ধৰ প্ৰভাৱ

কোকৰাঝাৰ, 10 ডিচেম্বৰঃ মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে 11 ঘন্টীয়া অসম বন্ধৰ আহ্বান নেছ’ৰ ৷ সমগ্ৰ উত্তৰ-পূৱৰ লগতে বিটিএডিৰ মুখ্য চহৰ কোকাৰাঝাৰতো পৰিছে বন্ধৰ ব্যাপক প্ৰভাৱ ৷ কোকৰাঝাৰৰ জেডি ৰোড, প্ৰগতি ভৱন আদিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

কোকাৰাঝাৰত নেছ’ৰ বন্ধৰ প্ৰভাৱ

আছুৰ কেন্দ্ৰীয় নেতা নৱজিত ৰায়ে কয় যে, ‘অসম তথা অসমীয়া জাতি,মাটি,ভেটি ধ্বংস কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছে ৷ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোৱে ঐক্যৱদ্ধভাৱে যুঁজ দিব লাগিব আৰু আমি যুঁজি যাম ৷’

আৰু পঢ়ক- নেছ’ৰ 11 ঘন্টীয়া বন্ধঃ ব্যাপক প্ৰভাৱ গুৱাহাটী শিৱসাগৰত

Intro:ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত দেশ। Body:আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নেসোৰ ১১ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱা সমগ্ৰহ উত্তৰ-পূবৰ লগতে বিটিএডিৰ মুখ্য চহৰ কোকৰাঝাৰত ব্যাপক প্ৰভাৱ। আছু কৰ্মীয়ে কোকৰাঝাৰ চহৰৰ জেডি ৰোড প্ৰগতি ভৱন আদিত তাইয়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

Conclusion:আছুৰ কেন্দ্ৰীয় নেতা নাৱজিতী ৰায়ে কয় ‘অসম তথা অসমীয়াৰ জাতি, মাটি, ভেটি ধ্বংস কৰাৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ ৰচিছে। এই ষড়যন্ত্ৰৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিব লাগিব আৰু যুঁজি যাম।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.