কোকৰাঝাৰ, 27 জুলাইঃ বিশুদ্ধ খোৱাপানীৰ অভাৱত কোকৰাঝাৰ জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে থকা ধৰমপুৰ গাওঁ ৷ 1991 চনতে নিৰ্মাণ কৰা এটা 28 বছৰ পুৰণি কুঁৱাৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ লোকসকল । দুখন গাঁও একগোট হৈ নিৰ্মাণ কৰিছিল কুঁৱাটো৷ কিন্তু বাৰিষাৰ সময়ছোৱাত এই কুঁৱাৰ পানী ওফন্দি উঠাৰ পিচতো কুঁৱাৰ পানীকে সেৱন কৰি আহিবলগা হৈছে গাঁওবাসীয়ে । বৰ্তমানেও কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগ ধৰমপুৰবাসীৰ ৷
বিশুদ্ধ খোৱাপানীৰ অভাৱত ধৰমপুৰবাসী - ধৰমপুৰবাসী
বাৰিষাৰ সময়ছোৱাত কুঁৱাৰ পানী ওফন্দি উঠাৰ পিচতো কুঁৱাৰ পানীকে খোৱাপানী হিচাপে সেৱন কৰি আহিবলগা হৈছে গাঁওবাসীয়ে
বিশুদ্ধ খোৱাপানীৰ অভাৱত ধৰমপুৰবাসী
কোকৰাঝাৰ, 27 জুলাইঃ বিশুদ্ধ খোৱাপানীৰ অভাৱত কোকৰাঝাৰ জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে থকা ধৰমপুৰ গাওঁ ৷ 1991 চনতে নিৰ্মাণ কৰা এটা 28 বছৰ পুৰণি কুঁৱাৰ ওপৰতে নিৰ্ভৰশীল গাঁওখনৰ লোকসকল । দুখন গাঁও একগোট হৈ নিৰ্মাণ কৰিছিল কুঁৱাটো৷ কিন্তু বাৰিষাৰ সময়ছোৱাত এই কুঁৱাৰ পানী ওফন্দি উঠাৰ পিচতো কুঁৱাৰ পানীকে সেৱন কৰি আহিবলগা হৈছে গাঁওবাসীয়ে । বৰ্তমানেও কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱাৰ অভিযোগ ধৰমপুৰবাসীৰ ৷
Intro:
কোকৰাঝাৰ জিলাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰে থকা ভিতৰুৱা অঞ্চলত এই বাৰিষা কালত বিষেককৈ ধৰোমপুৰ, প্ৰেমনগৰ গাঁৱৰ বাসিন্দায়ে বিশুদ্ধ খোৱাপানীৰ নামত কি সেৱন কৰি আহিছে চাওঁ আহক, ETV BHARAT ৰ এক EXCLUSIVE ৰেপৰ্ট।
Body: বিজেপি নেতৃত্ব ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগান গাইঅহা চৰকাৰৰ আঁচনি ঢুকি নোপোৱা এইয়াবোৰ হল অঞ্চল। বছৰ বছৰে উক্ত গাঁওখনৰ বাসিন্দাসকলে খোৱাপানী, স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈআহিছে।
1991 চনত নিৰ্মান কৰা এখন 28 বছৰ পুৰণি কুৱা আৰু দুইখন গাঁওৰ জীৱন নিৰ্বাহ। দুই খন গাঁওই একগোট হৈ এই কুৱাটোক নিৰ্মান কৰিছিল কিন্তু এই বৰীষা কালৰ পানীৰ ফলত কুৱা টোৰ পৰা উফন্দী উঠা পানীকে সেৱন কৰি আহিবলগা হৈছে গাঁও বাসীয়ে। অবৈছে এই কুৱা টোৰ পৰা উফন্দী উঠা পানীই এক আজব আৰু মনোৰম দৃশ্যও হৈ পৰিছে। ঠিক তেনেকৈ বাৰিষা কালত চাৰি মাহ ধৰি উফন্দী উঠি থাকে, আৰু খৰালি কালত পানীৰ পৰিমাণ কমি যাই আৰু উফন্দী উঠাও বন্দ হৈ পৰে।
Conclusion:গাঁওসীয়ে অভিযোগ কৰামতে চৰকাৰীৰ বিভিন্ন আঁচনিৰ কথা শুনিলিও আজিলৈকে আঁচনিৰ কৰ্ম দুখিবলৈ পোৱা নাই।