কোকৰাঝাৰ, 30 আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 31 আগষ্টৰ দিনা প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা৷ ইতিমধ্যে আন আন জিলাসমূহৰ লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনো সম্পূৰ্ণ সষ্টম হৈ পৰিছে৷ এন আৰ চি ক কেন্দ্ৰ কৰিয়ে শুক্ৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰ নেতৃত্বত কোকৰাঝাৰ বেছিক ট্ৰেইনিং চেণ্টাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ উক্ত সভাত জিলাখনৰ বিভিন্ন দল সংগঠন ক্ৰমে সদৌ বড়ো ছাত্ৰ সন্থা, আছু, আমছু, এবিএমছু, বেংগলী ষ্টুডেন্টছ ফেডাৰেচন, জিলা বিজেপি, জিলা কংগ্ৰেছৰ নেতা সমূহে অংশগ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতিটো দল সংগঠনৰ নেতাৰ লগত মিলিত হয় জিলা আৰু আৰক্ষী প্ৰশাসন৷
এনআৰচিঃ কোকৰাঝাৰ জিলা প্ৰশাসনৰ বৈঠক
এনআৰচি চূড়ান্ত তালিকাকলৈ বিভিন্ন দল সংগঠনৰ সৈতে বৈঠক কোকৰাঝাৰ জিলা প্ৰশাসনৰ ৷ এন আৰ চি ক কেন্দ্ৰ কৰিয়ে শুক্ৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰ নেতৃত্বত কোকৰাঝাৰ বেছিক ট্ৰেইনিং চেণ্টাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়
কোকৰাঝাৰ, 30 আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 31 আগষ্টৰ দিনা প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা৷ ইতিমধ্যে আন আন জিলাসমূহৰ লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনো সম্পূৰ্ণ সষ্টম হৈ পৰিছে৷ এন আৰ চি ক কেন্দ্ৰ কৰিয়ে শুক্ৰবাৰে কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মুজুমদাৰ নেতৃত্বত কোকৰাঝাৰ বেছিক ট্ৰেইনিং চেণ্টাৰত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ উক্ত সভাত জিলাখনৰ বিভিন্ন দল সংগঠন ক্ৰমে সদৌ বড়ো ছাত্ৰ সন্থা, আছু, আমছু, এবিএমছু, বেংগলী ষ্টুডেন্টছ ফেডাৰেচন, জিলা বিজেপি, জিলা কংগ্ৰেছৰ নেতা সমূহে অংশগ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতিটো দল সংগঠনৰ নেতাৰ লগত মিলিত হয় জিলা আৰু আৰক্ষী প্ৰশাসন৷
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সমগ্ৰহ ৰাইজ্যৰ লগতে অহা 31 আগষ্ট শুনিবাৰ দিনা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ দিনটোৰ বাবে চুম্পূর্ণ সষ্টম হৈপৰিছে কোকৰাঝাৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে।
Body:আজি কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্রতিম মুজুমদাৰ নেতৃত্বত কোকৰাঝাৰ বেছিক ট্ৰেইনিং চেণ্টাৰত এখন সজাগতা মেল অনুষ্ঠিত হৈযায়। জিলাৰ বিভিন্ন দল সংগঠনসমূহ ক্ৰমে সদৌ বড়ো ছাত্ৰ সন্থা, আছু, আমছু, এবিএমছু, বেংগুলি ষ্টোডেন্টছ ফেডাৰেচন, জিলা বিজেপি, জিলা কংগ্ৰেছ নেতা সমূহ অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত জনসাদৰনে কেনেকৈ সবলম্ব কৰাতো উচিত হব আৰু জাহাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্তিতিৰ উদ্ভৱ নহয় তাকে লেক্ষ্য ৰাখি প্ৰতিটো দল সংগঠনৰ নেতাৰ লগত মিলিত হয় জিলা আৰু আৰক্ষী প্ৰশাসনে।
উল্লেখযোগ্যযে কোকৰাঝাৰ প্ৰশাসনে এটা কোনট্ৰল ৰুম কৰি জনসাদৰণৰ অভিযোগ আৰু তৈথ্য কাৰণে ফোন নং 8471875491 আৰু 03661270657 মুকলি কৰিদিয়া হৈছে।
Conclusion:কোকৰাঝাৰ জিলা উপাইক্ত পাৰ্থ প্রতিম মজুমদাৰে জনসাদৰণক এনআৰচিৰ চূড়ান্ত তালিকাৰ ওপৰত আস্থা ৰাখি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আনুৰোধ কৰিছে। আৰক্ষী অধীক্ষক ৰাজেন সিংয়ে সাংবাদিকৰ আগত কৈযে অইন শৃংখলা অটুট ৰাখিব কাৰণে নিৰাপত্তাৰক্ষি খষ্টম হৈআছে। ঠায়ে ঠায়ে চিআৰপিএফ, বিএছএফ মোতাইন কৰা হৈছে বুলি উল্লেখ কৰে।