ETV Bharat / state

এন টি পি চিৰ উদ্যোগত কৰ'ণা যোদ্ধালৈ সম্বৰ্ধনা - সাংবাদিকক সম্বধনা

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অবিৰাম যুদ্ধ চলাই যোৱা যোদ্ধাসকললৈ বিভিন্ন ধৰণে সহায় কৰি আহিছে এন টি পি চিয়ে ।

kokorajhar salakati ntcp distibutaion mask and hand senitaizer repoters
কােকৰাঝাৰত এন টি চি পিৰ সাংবাদিকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ
author img

By

Published : May 31, 2020, 7:46 AM IST

কোকৰাঝাৰ, ৩১মে' ঃ কোকৰাঝাৰ জিলাৰ চালাকাটি ষ্টিট নেশ্যনেল ঠাৰমেল পাৱাৰ প্ৰজেক্ট চমূকৈ এন টি পি চিয়ে শনিবাৰে কোকৰাঝাৰৰ সংবাদ কৰ্মী সকলৰ মাজত মাস্ক আৰু ফেছ প্ৰটেকচন কভাৰ বিতৰণ কৰা লগতে কোকৰাঝাৰ প্ৰেছ ক্লাৱত ছেনিট্যাইজ্যেচন কৰে ।

দেশত অব্যাহত থকা ক'ৰণা বিৰোধী যুদ্ধত চিকিৎসক আৰু আৰক্ষীৰ সমান্তৰালকৈ সংবাদকৰ্মী সকলেও দিনে-নিশাই কৰ্তব্য পালন কৰি আহিছে ৷ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে অবিৰাম যুদ্ধ চলাই যোৱা যোদ্ধাসকললৈ বিভিন্ন ধৰণে সহায় কৰি আহিছে এন টি পি চিয়ে । শনিবাৰে এক অনুষ্ঠানৰ জৰিয়তে কোকৰাঝাৰ জিলাৰ সংবাদ কৰ্মী সকলৰ উৎসাহ আৰু মনােবল বঢ়ােবাৰ উদ্দেশ্য এক সম্বধনা অনুষ্ঠান আয়োজন কৰে ।

কোকৰাঝাৰত   এন টি চি পিৰ সাংবাদিকৰ  মাজত মাস্ক আৰু ছেইনিইজাৰ বিতৰণ
কোকৰাঝাৰত সাংবাদিকক মাস্ক বিতৰণ এন টি চি পিৰ

ইপিনে এন টি পি চি উদ্যোগৰ সহ মহাপ্ৰৱন্ধক (মানৱ সম্পদ) অনিল চাওলাই সংবাদমাধ্যমৰ আগত কয় যে, কোকৰাঝাৰ চালাকাটিষ্টিত উদ্যোগে বিদ্যুৎ উপাদানৰ লগতে অঞ্চলটোৰ জনসাধাৰণৰ কল্যানৰ বাবে কাম কৰি আহিছে । বৰ্তমান মহামাৰী ক'ৰণা প্ৰতিৰোধৰ বাবেও ঠায়ে-ঠায়ে মাস্ক বিতৰণ আৰু বিভিন্ন অঞ্চলত চেনিটাইজেশ্বন কাম অব্যাহত ৰাখিছে প্ৰতিষ্ঠানটোৱে । সমান্তৰালকৈ কৰ'না যোদ্ধাৰ প্ৰতি শ্ৰদ্ধা জনাই কোকৰাঝাৰ প্ৰেছ ক্লাৱত ছেনিটাইজেশ্বন কৰাৰ লগতে সাংবাদিকৰ মাজত মাস্ক আৰু ফেচ চিল্ড বিতৰণ কৰা হয় বুলি জানিবলৈ দিয়ে ।

লগতে চাওঁক : কোভিড পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.