ETV Bharat / state

জাপানীজ এনকেফেলাইটিছ : কোকৰাঝাৰত এজনৰ মৃত্যু - ETV_BHARAT

ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ কোকৰাঝাৰত এই ৰোগত মৃত্যু হৈছে 1 জন লোকৰ ৷ ইয়াৰ বিপৰীতে আক্ৰান্ত হৈ আছে 9 জনকৈ লোক ৷

কোকৰাঝাৰত এজনৰ মৃত্যু
author img

By

Published : Jul 30, 2019, 1:15 PM IST

  • ৰাজ্যত সংহাৰী ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷
  • কোকৰাঝাৰত এই ৰোগত মৃত্যু হৈছে 1 জন লোকৰ ৷
  • ইয়াৰ বিপৰীতে আক্ৰান্ত হৈ আছে 9 জনকৈ লোক ৷
  • মৃত লোক দুজন ক্ৰমে ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম, সামাইনা মুছাহাৰী ৷
    কোকৰাঝাৰত এজনৰ মৃত্যু
  • 2018 চনত জিলাখনৰ 7 জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ হোৱাৰ বিপৰীতে মৃত্যু হৈছিল 3 জনৰ ।
  • জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত সজাগতা সভা, ফগিং, ঔষধিকৰণ অব্যাহত ৰাখিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ।
  • কিন্তু স্বাস্থ্য কেন্দ্ৰত জাপানীজ এনকেফেলাইটিছৰ ভেকচিন নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
  • ৰাজ্যখনত বৰ্তমানলৈকে জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে 126 জন লোকৰ ৷

Intro:কোকৰাঝাৰত জাপানীজ অনকেফেলাইটিছ ভয়াৱহতা
পুনৰ মৃত্য জাপানীজ অনকেফেলাইটিছত।

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ অনকেফেলাইটিছে। কোকৰাঝাৰত এতিয়ালৈ মৃত্য 2 জনৰ আৰু আক্ৰান্ত 9 জনৰ।

Body:ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰটো এতিয়া জাপানীজ অনকেফেলাইটিছৰ তংক। চৰকাৰী তথ্য মতে জাপানীজ অনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্য হৈছে 2 জনৰ আৰু আক্ৰান্ত হৈ বৰ্তমান চিকিৎসালয়ত ভৰ্তি হয় আছে 9 জনৰ। চলিত মাহত ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম, সামাইনা মোছাহাৰী ৰোগী মৃত্য হৈছে। ৰিজেন্দ্ৰ নাথ ব্ৰহ্মই আজি পুৱা কোকৰাঝাৰৰ এম আৰ এম ব্যক্তিগত চিকিৎসালয়ত মৃত্য হয়।

জিলা স্বাস্থ্য বিভাগে জনোৱা মতে জাপানীজ অনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ থকা বিভিন্ন অঞ্চল চুমুহত সজাগতা সভা, ফগিং, ওসিদিকৰণ অব্যাহত ৰাখিছে। কিন্তু ৰাজ্যৰ প্ৰশ্ন জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে আগতে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰফলত বছৰে মৃত্য মুখত পৰিবলগা হৈছে। চুৰ গলি বুদ্ধি, বৰষুণ যোৱাৰ পিছত জাপি দৰে হৈছে এতিয়া ৰাজ্য স্বাস্থ্য বিভাগত।

উল্লেখ্যযে যোৱা 2018 চনত জাপানীজ অনকেফেলাইটিছৰ আক্ৰান্ত 7 জন হোৱাৰ বিপৰিদে 3 জনৰ মৃত্য হৈছিল ।

Conclusion:বিভিন্ন স্বাস্থ্য কেন্দ্ৰত ভেকচিন বিচাৰি হাহাকাৰ পৰিস্থিতি জনতাৰ। জাপানীজ অনকেফেলাইটিছ ৰোধৰ ভেকচিন নোপোৱাৰ অভিযোগ উত্থাপন হৈছে স্বাস্থ্য কেন্দ্ৰত ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.