ETV Bharat / state

কোকৰাঝাৰত আন্ত: জিলা উছু চেম্পিয়নশ্বিপ - কোকৰাঝাৰ

কোকৰাঝাৰত শুকুৰবাৰৰ পৰা আৰম্ভ 23 সংখ্যক জ্যেষ্ঠ সদৌ অসম আন্ত: জিলা উছু চেম্পিয়নশ্বিপ । প্ৰতিযোগিতা খনত অসমৰ মুঠ 26 খন জিলাৰ 107 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

কোকৰাঝাৰত আন্ত: জিলা উছু চেম্পিয়নশ্বিপ
author img

By

Published : Jul 19, 2019, 10:18 PM IST

কোকৰাঝাৰ, ১৯ জুলাই : কোকৰাঝাৰৰ চাই ইণ্ডোৰ ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে 23 সংখ্যক জ্যেষ্ঠ সদৌ অসম আন্ত: জিলা উছু চেম্পিয়নশ্বিপ । অসম উছু সন্থাৰ সহযোগত আয়োজিত কৰা এই তিনিদিনীয়া প্ৰতিযোগিতাত অসমৰ মুঠ 26 খন জিলাৰ 107 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে । এই প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে ।

কোকৰাঝাৰত আন্ত: জিলা উছু চেম্পিয়নশ্বিপ

অসম উছু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োই সংবাদ মাধ্যমত জনোৱা অনুসৰি, অংশগ্ৰহণ কৰা পুৰুষ আৰু মহিলা খেলুৱৈ সকলক চান্দা আৰু ঠালোঁ নামেৰে দুটা ভাগত বিভক্ত কৰা হ'ব । নিজৰ পাৰদৰ্শিতা আৰু প্ৰদৰ্শনেৰে সফলতা লাভ কৰা খেলুৱৈ সকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব বুলিও জানিবলৈ দিয়ে ৰঞ্জিত বড়োই । শুকুৰবাৰৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে উদযাপন সমিতিৰ কাৰ্যবাহী সভাপতি ডেৰহাসাদ বাসুমতাৰী, ৰাজ্যিক আৰু জিলা উছু সন্থাৰ বহুকেইজন বিষয়ববীয়া ।

Intro:কোকৰাঝাৰ স্পৰ্টচ অটোৰীতি অফ ইণ্ডিয়া চমুকৈ চাই ইন্দুৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে 23 তম জ্যেষ্ঠ( পুৰুষ মহিলা) সদৌ অসম আন্ত জিলা উচু চেম্পিয়নশিফ প্ৰতিযোগিতা।

Body:অসম উচু সন্থাৰ সহযোগত আয়োজিত তিনি দিনীয়া আন্ত জিলা উচু প্ৰতিযোগিতাত অসমৰ মুঠ 26 টা জিলাৰ খেলুই অংশগ্ৰহণ কৰে। 18 ৰ পৰা 20 জুলাইলৈ চলিবলগা এই প্ৰতিযোগিতাখন আজি উদ্ধোধন কৰে বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে।
অসম অসম উচু সন্থাৰ সম্পাদক ৰঞ্জিত বড়োই সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে মুঠ 26 জিলাৰ 107 উচু খেলুই সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ চান্দা আৰু ঠালোঁ দুটা ভিন্ন ভাগত হব। তাৰে নিজৰ পাৰদৰ্শীতা আৰু প্ৰদৰ্শনেৰে নিৰ্বাচন হোৱা খেলুই সকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বাচনি কৰা হব।

Conclusion:আজি আৰম্ভণি উনুষ্ঠানত প্ৰতিযোগিতা উদযাপন সমিতিৰ কাৰ্যবাহী সভাৱটি ডেৰহাসাদ বাসুমতাৰী, আৰু লগত ৰাজ্যিক আৰু জিলাৰ উচু সন্থাৰ বিষয় ববীয়া সকলে উপস্থিত থাকে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.