ETV Bharat / state

NRCৰ ভিত্তিবৰ্ষ 1971 চন হোৱা বাবেই অন্তৰ্ভুক্ত বাংলাদেশীৰ নাম

author img

By

Published : Sep 16, 2019, 11:31 PM IST

ভিত্তিবৰ্ষ 1971 চন হোৱা বাবেই  হাজাৰ হাজাৰ মুছলমান বাংলাদেশীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও খিলঞ্জীয়া ভূমিপুত্ৰ আৰু ভাৰতীয় হিন্দু নাগৰিক NRC ৰ পৰা বাদ পৰে বুলি মন্তব্য কৰে । কেৱল ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মইমতালি বাবে এনেকুৱা হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে ।

NRC ৰ বছৰ সীমা 1971 চন হোৱা বাবেই অন্তৰ্ভুক্ত বাংলাদেশীৰ নাম

কোকৰাঝাৰ, 16 চেপ্তেম্বৰঃ NRC ৰ ভিত্তিবৰ্ষ 1971 চনৰ সলনি 1951 চনহে হ'ব লাগে ৷ এই মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ দলীয় সভাপতি বলেন বৈশ্যৰ ৷ সোমবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ ভিত্তিবৰ্ষ 1971 চন হোৱা বাবেই হাজাৰ হাজাৰ মুছলমান বাংলাদেশীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ উপৰিও খিলঞ্জীয়া ভূমিপুত্ৰ আৰু ভাৰতীয় হিন্দু নাগৰিক NRC ৰ পৰা বাদ পৰে বুলি মন্তব্য কৰে । কেৱল ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মইমতালি বাবে এনেকুৱা হৈছে বুলি অভিযোগ কৰে সংগঠনটোৱে ।

NRC ৰ বছৰ সীমা 1971 চন হোৱা বাবেই অন্তৰ্ভুক্ত বাংলাদেশীৰ নাম

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাক অভিযোগ তুলি কয়, NRCৰ ভিত্তিবৰ্ষ 1951 চনৰ সলনি 1971 চন গ্ৰহণ কৰা উদ্দেশ্য কি, কিহৰ ভিত্তিত এই চুক্তি কৰিলে বুলি প্ৰশ্ন কৰে সভাপতি বলেন বৈশ্যই ।

Intro:সেগৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন (এন আৰ চি)ৰ চূড়ান্ত তালিকাক বাটিলৰ দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসময়ে ।

Body:আজি কোকৰাঝাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ দলীয় সভাৱতী বলেন বৈশ্যয়ে কয়যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন বছৰ সীমা হিচাবে 1971 চনৰ সলনি 1951 চনহে হবলাগে। আৰু এই দাবী আগৰপৰায়ে কৰিআহিছিল হিন্দু যুৱ ছাত্ৰ পৰিষদে জাৰবাবে আজি হাজাৰ হাজাৰ মুছলমান বাংলাদেশী এইখন তালিকাত অন্তভৰ্তি হল আৰু হাজাৰ হাজাৰ খেলঞ্জীয়া ভূমিপুত্ৰ আৰু ভাৰতীয় হিন্দু নাগৰিক। কেৱল ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মইমতালিবাবে এনেকৈ হৈছে বুলি অভিযোগ কৰে। সদৌ অসম ছাত্ৰ সন্থাক অভিযোগ তলি কয়যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন বছৰ সীমা হিচাবে 1971 চনৰ সলনি 1951 চনহে গ্ৰহণ কৰা উদ্দেশ্য কি, কিহৰ ভিত্তিত এই চুক্তি কৰিলে। এই চুক্তি জুৰীয়েতে বাংলাদেশী অনুপ্ৰৱেশকাৰী এনআৰচিত অন্তভৰ্তি কৰাৰ উদ্দেশ্য কি বুলি প্ৰশ্ন কৰে আছু নেতাক।

Conclusion:সেগৰে এনআৰচি ভুক্ত ভুগিৰ গছৰ ৰুজুতৰা মৰমে প্ৰতীক হাজেলাক আটক কৰিবলৈও দাবীকৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ দলীয় সভাৱতী বলেন বৈশ্যয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.