ETV Bharat / state

কোকৰাঝাৰত বান সামান্য পৰিমাণে উন্নত

author img

By

Published : Jul 13, 2019, 3:59 AM IST

Updated : Jul 13, 2019, 4:32 AM IST

কোকৰাঝাৰৰ বানপানী সামান্য উন্নত হৈছে যদিও  দোতোমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকাৰগাঁওত গঙিয়া নদীৰ খহনীয়া আজিও অব্যাহত আছে ৷ যাৰ ফলত ১৬ টা পৰিয়াল আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে।

কোকৰাঝাৰত বান সামান্য পৰিমাণে উন্নত

কোকৰাঝাৰ 13 জুলাইঃ :কোকৰাঝাৰৰ বানপানী সামন্য উন্নত হৈছে যদিও দোতোমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকাৰগাঁওত গঙিয়া নদীৰ খহনীয়া আজিও অব্যাহত আছে ৷ যাৰ ফলত ১৬ টা পৰিয়াল আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে।

কোকৰাঝাৰত বান সামান্য পৰিমাণে উন্নত

কোকাৰাঝাৰৰ উপায়ুক্ত পাৰ্থ মজুমদাৰে সংবাদ মাধ্যমত জনোৱা মতে কোকৰাঝাৰৰস্থিত প্ৰায় বোৰ নদী বিপদ সীমাৰ তলত বৈ আছে, কেৱল গৌৰাং নৈৰ নদীৰ সমান্যভাৱে বিপদ সীমাৰ ওপৰত আছে বুলি জানিবলৈ দিয়ে ৷ লগতে উপায়ুক্ত গৰাকীয়ে কয় যে দুৰ্যোগ বিভাগ সতৰ্ক হৈ আছে আৰু খহনীয়াক প্ৰতিৰোধ কৰিবৰ কাৰনে আগন্তক সময়চোৱাত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে৷

Intro:কোকৰাঝাৰৰ বানপানী উন্নত, ১৬ টা পৰিয়াল আশ্ৰয় শিবিৰত।

কোকৰাঝাৰৰ বানপানী ক্ৰমাৎ আজি উন্নত হৈছে জুদিও দোতোমা উন্নয়ন খণ্ডৰ অন্তৰ্গত চিকাৰগাঁওত গঙিয়া নদীৰ খহনীয়া আজিও অব্যাহত আছে জাৰফলত ১৬ টা পৰিয়ালক আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে।

Body:কোকৰাঝাৰৰ উপাইক্ত পাৰ্থ প্রতিম মজুমদাৰে সংবাদ মাধ্যমত জনোৱা মতে ককৰাঝাৰৰ স্থিত প্ৰায়বৰ নদী আজি বিপদ সীমাৰ তলত বৈ আছে, কেৱল গৌৰাং নৈৰ নদী সামাইনভাবে বাৰী আছে বুলি কয়।

আনফালে জুদিহে বানপানী অতি ভয়ংকৰ ৰূপ লয় দুৰ্যোগ বিভাগে অতি সতৰ্ক হৈ আছে লগতে খহনীয়াক প্ৰতিৰোধ কৰিব কাণে আগণটো সময় চোৱাত পদক্ষেপ গ্ৰহণ কৰাও উল্লেখ কৰে।

Conclusion: জুদিহে ভুটানত বৰষুণৰ পৰিমাণ বৃদ্ধি নহয় কোকৰাঝাৰ বাসী বানপানীত ভয় কৰিব লগা নহয়।

Last Updated : Jul 13, 2019, 4:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.