ETV Bharat / state

গৰীৱ কল্যাণ অন্ন আচঁনিৰ নামত এজেন্টৰ লুন্ঠন - মলানডুবি অঞ্চলৰ সুলভ মুল্যৰ দোকনী

চৰকাৰে প্ৰদান কৰা গৰীৱ কল্যাণ আঁচনিৰ সামগ্ৰী বিতৰণত কোকৰাঝাৰ পৰ্বতঝোৰা মহকুমাৰ কুৰ্শাকাটী ভিচিডিচিৰ সমবায়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উখাপন হৈছে ৷ গ্ৰাহকক বিতৰণ কৰা সামগ্ৰীৰ পৰা এজেন্ট সকলে লুন্ঠন চলোৱাৰ অভিযোগ উখাপন হৈছে ৷

CORRUPTION IN GARIB KALYAN ANNA YOJANA AT KOKRAJHAR
গৰীৱ কল্যাণ অন্ন যোজনা আচঁনিৰ নামত কোকৰাঝাৰত এজেন্টৰ লুন্ঠন
author img

By

Published : May 12, 2020, 12:38 PM IST

কোকৰাঝাৰ, 12 মে' : বিশ্বব্যাপী কভিড-১৯ মাৰাত্মক ভাইৰাছৰ সংক্ৰামণৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে দেশজুৰি তৃতীয় পৰ্যায়ৰ লক্ ডাউন ঘোষণা কৰিছে । লক্ ডাউনৰ সময়ত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত দৰিদ্ৰ লোকক দিয়া হৈছে বিভিন্ন খাদ্য সামগ্ৰী । কিন্তু এই সামগ্ৰী বিতৰণৰ নামত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কুৰ্শাকাটী ভিচিডিচিত ব্যাপক অনিয়ত আৰু দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উখাপন হৈছে ।

বাসবাৰী সমবায় সমিতিৰ অন্তৰ্গত কুৰ্শাকাটী ভিচিডিচিৰ সমবায় এজেন্ট সকলে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আচঁনিৰ সামগ্ৰী দৰিদ্ৰ পৰিয়ালক বিতৰণৰ নামত লুন্ঠন চলোৱাৰ অভিযোগ উখাপন হৈছে মলানডুবি অঞ্চলৰ সুলভ মুল্যৰ দোকনী গোলাপী ৰায়, অৰ্জন ভকত আৰু ভবানী ব্ৰহ্মৰ বিৰুদ্ধে ।

গৰীৱ কল্যাণ অন্ন যোজনা আচঁনিৰ নামত কোকৰাঝাৰত এজেন্টৰ লুন্ঠন

প্ৰতিজন গ্ৰাহকক পাঁচ কেজি চাউলৰ পৰিৱৰ্তে এক কেজি চাউল আৰু এক কেজি দাইলৰ পৰিৱৰ্তে 600 গ্ৰাম দাইল দিয়াৰ অভিযোগ উখাপন হৈছে ৷

মধ্যভোগী দালাল কেইজনৰ বিৰুদ্ধে অনতিপলমে ভুক্তভোগী ৰাইজে তদন্তৰ দাবী জনাইছে ৷

লগতে পঢ়ক : "মহামাৰী নহয় , নৃত্য শ্বেয়াৰ কৰক "-ইউনিচেফ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.