ETV Bharat / state

আলফাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ - আলফাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ

শান্তি আলোচনালৈ পৰেশ বৰুৱাক আহ্বান জনালে মুখ্যমন্ত্ৰী সোণোৱালে ৷

আলফাক শান্তি আলোচনালৈ আহ্বান
মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Feb 10, 2020, 11:01 PM IST

কোকৰাঝাৰ, 10 ফেব্ৰুৱাৰী : দেওবাৰে কোকৰাঝাৰত অনুষ্ঠিত 18 তম বড়োলেণ্ড দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আলফা নেতা পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনায় ৷

লগতে তেওঁ কয় যে, এনডিএফবিৰ চাৰিটা গোট আৰু বড়ো জাতীয় সংগঠনে যি ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ কৰিলে সেই চুক্তি সমগ্ৰ দেশতে চৰ্চিত হৈছে ৷ অন্য অস্ত্ৰধাৰী সংগঠনসমূহেও এনে পদক্ষেপ লোৱা উচিত বুলি উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ৷

আৰু পঢ়ক : ২৫ ফেব্ৰুৱাৰীত পুনৰ অখিল গগৈক হাজিৰ কৰোৱা হ'ব নিয়াৰ আদালতত

Intro:এনডিএফবিৰ দৰে দেশ আৰু ৰাজ্যৰ শান্তিৰ বাবে আলফা স্বাধীনও হাথিয়াৰৰ সংগ্ৰাম কৰাটো ত্যাক কৰি মূল খুঠিলৈ আহিবলাগে বুলি অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

Body:আজি কোকৰাঝাৰত 18 তম বড়োলেণ্ড দিৱসত অংশগ্ৰহণ কৰি ৰাইজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল অংশগ্ৰহণ কৰি আলফা স্বাধীনৰ নেতা পৰেশ বৰুৱাক আহ্বান জনায়। লগতে কৈযে এনডিএফবি চাৰিটা গোট আৰু বড়ো জাতীয় সংগঠনে যি ঐতিহাসিক শান্তি স্বাক্ষৰ কৰিলে যি চুক্তিয়ে সমগ্ৰ দেখতে শান্তিৰ চৰ্চা হৈছে এনেকৈ আন হাথিয়া সংগ্ৰামকৰি দলে এনেকৈ পদক্ষেপত লোৱা উচিত বুলি উল্লেখ কৰে সৰ্বানন্দ সোনোৱালে।

Conclusion:2003 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 2003 চনৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল ঐতিহাসিক বিটিচি চুক্তি।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.