ETV Bharat / state

কোকৰাঝাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট - কোকৰাঝাৰ (বিটিএডি) টেট

কোকৰাঝাৰ ৰাজমেলা পথাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট ৷ শিক্ষক - শিক্ষয়িত্ৰীৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰন কৰা, খালি পদ মেধাৰ ভিত্তিত নিয়মীয়াকৰন কৰা, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰ টি ই 2009 অনুসৰণ কৰি অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰা দাবীত ধৰ্মঘট ৷

btc tet teacher protest at kokrajhar
কোকৰাঝাৰ ৰাজমেলা পথাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট
author img

By

Published : Dec 7, 2019, 11:32 PM IST

কোকৰাঝাৰ , 7 ডিচেম্বৰ : সদৌ ষষ্ঠ অনুসূচীত (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ উদ্যোগত কোকৰাঝাৰ ৰাজমেলা পথাৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰ টি ই 2009 অনুসৰণ কৰি অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰাৰ দাবীৰ সমৰ্থনত আজি সদৌ ষষ্ঠ অনুসূচীত (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ উদ্যোগত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

পুৱা 10 বজাৰ পৰা 1 বজালৈ অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত বিটিএডিৰ চাৰিখন জিলাৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰে । টেট (বি টি এ ডি) উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সংস্থাৰ সভাপতি সঞ্জয় সূত্ৰধৰে ষষ্ঠ অনুসূচীৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ দাবী জনাই বিটিএডিত অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে ।

কোকৰাঝাৰ ৰাজমেলা পথাৰত বিটিচি টেট শিক্ষকৰ ধৰ্মঘট

আৰু পঢ়ক : ছট্টিছগড়ত গণ ধৰ্ষণৰ বলি মুম্বাইৰ নৃত্যশিল্পী

Intro:ষষ্ঠ অনুসূচীৰ (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক -শিক্ষয়িত্ৰীৰ চাকৰি বিনাচৰ্তে নিয়মীয়াকৰন কৰা, খালি পথ মেধাৰ ভিত্তিত নিয়মীয়াকৰন কৰা, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আৰটিই 2009 অনুসৰণ কৰা অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰা দাবীৰ সমৰ্থনত আজি সদৌ ষষ্ঠ অনুসূচীত (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সমাজৰ উদ্যোগত তিনিঘন্তীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Body:কোকৰাঝাৰ ৰাজমেলা পথাৰত ৰাতিপুৱা 10 বজাৰ পৰা 1 বজালৈ অনুষ্ঠিত হোৱা ধৰ্মঘট কাৰ্যসূচীত বিটিএডিৰ চাৰিখন জিলাৰ শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰে। শিক্ষক শিক্ষয়িত্ৰীয়ে হাতে হাতে বেনাৰ, ফেষ্টন লৈ বিভিন্ন চৰকাৰ আৰু শিক্ষা বিভাগৰ প্ৰতিবাদী শ্লোগান দিয়ে।

Conclusion:সদৌ ষষ্ঠ অনুসূচীত (বিটিএডি) টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সংস্থাৰ সভাপতি সঞ্জয় সূত্ৰধৰে ষষ্ঠ অনুসূচীৰ টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ দাবী জনাই বিটিএডিত অবৈধ শিক্ষক নিযুক্তি বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে।

Byte1_Sonjoy Sutradhar, President, Association

Byte2_ Giridhar Sarma, Secretary
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.