ETV Bharat / state

বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ সামৰণি - বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ সামৰণি

বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ দেওবাৰে বিয়লি সামৰণি পৰে ৷ চূড়ান্ত মেচত গোৰেশ্বৰ টাউন এফ চিয়ে (বাক্সা) ভেৰগাঁও দলক (ওদালগুৰি) 4-0 ৰ ব্যৱধানত পৰাস্ত কৰে ৷

বিজয়ী গোৰেশ্বৰ টাউন এফ চি
author img

By

Published : Nov 25, 2019, 10:49 AM IST

কোকৰাঝাৰ, 25 নৱেম্বৰ : কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ দেওবাৰে বিয়লি সামৰণি পৰে ৷

বিটিএডি আৰ্মী ফুটবল লীগ 2019-20 ৰ সামৰণি

চূড়ান্ত মেচত গোৰেশ্বৰ টাউন এফ চিয়ে (বাক্সা) ভেৰগাঁও দলক (ওদালগুৰি) 4-0 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ গোৰেশ্বৰ এফ চিৰ জিজ্ঞাস ডেকাই শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ৷

বিজয়ী দলে বঁটাৰ সৈতে দুই লাখ টকাৰ পুৰস্কাৰ লাভ কৰে ৷ আনহাতে, ৰানাৰ্ছ আপ দলে লাভ কৰে এক লাখ টকাৰ পুৰস্কাৰ ৷

সামৰণি অনুষ্ঠানত উপস্থিত থাকে এ. ডি. সাহা, ধনেশ্বৰ গয়াৰী, পাৰ্থ প্ৰতিম মজুমদাৰ, ৰাজেন সিং, বিৰেন চন্দ্ৰ ফুকন আদিকে ধৰি বহুকেইজন ব্যক্তি ৷

আৰু পঢ়ক : ডিগবৈত শোকাবহ পথ দুৰ্ঘটনা : নিহত চাৰি

Intro:BTAD Army football league 2019-20 concluded

Kokrajhar, Nov 24: The BTAD Army Football Premier league 2019-20 being played at Kokrajhar Govt. HS and MP school playground concluded Sunday evening.

Body:In the final match, Goreswar Town FC (Baksa) defeated Bhergaon Team (Udalguri ) 4-0 and lift the trophy in the final match. Jigyas Deka of Goreshwar FC was adjudged as Best Player of Tournament.

The winning team received cash Rs. Two lakh along with the championtrophy. The runners team received Rs. One lakh and a trophy.

Conclusion:Brig A D Saha, SM Indian Army Red Horns Division, Daneswar Goyari Executive Member for Sports and Youth Welfare BTC, Partho Protim Muzumdar DC Kokrajhar, Rajen Singh SP Kokrajhar, Biren Ch Phukan Principal Secretary BTC and host dignitaries were attended the closing ceremony and handed over the trophy.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.