ETV Bharat / state

পুনৰ দিল্লীলৈ বাট বুলিলে নৱ শৰনীয়াই

author img

By

Published : May 24, 2019, 4:45 PM IST

জয়লাভৰ পিছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এইবেলি নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ মুখামুখি হৈছিল যদিও সমষ্টিবাসীয়ে তেওঁক আদৰি লোৱাত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে নৱ শৰণীয়াই । লগতে কোকৰাঝাৰৰ সামুহিক উন্নয়ণৰ বাবে পদক্ষেপ ল'ব বুলি মন্তব্য নৱ শৰণীয়া ।

নৱ কুমাৰ শৰণীয়াৰ পুনৰ দখল কোকৰাঝাৰ

কোকৰাঝাৰ, ২৪ মেঃ কোকৰাঝাৰত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ অন্তত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ । ৰিটাৰ্ণিং অফিচাৰ পাৰ্থ প্ৰতিম মজুমদাৰে বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে শৰণীয়াক ।

নৱ কুমাৰ শৰণীয়াৰ পুনৰ দখল কোকৰাঝাৰ

কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই মুঠ 4,84,560 টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই মুঠ 446774 টা ভোট লাভ কৰে । 37786 টা ভোটৰ ব্যৱধানত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া ।জয়লাভৰ পিছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে এই নিৰ্বাচনত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ মুখামুখি হৈছিল যদিও সমষ্টিবাসীয়ে তেওঁক আদৰি লোৱাত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে নৱ শৰণীয়াই ।

লগতে আন এটা বাতৰি - জ্যেষ্ঠ দলীয় নেতাৰ আশীষ বিচাৰিলে মোডী-শ্বাহে

Intro:

নৱ কুমাৰ শৰণীয়া পুনৰ দখল কোকৰাঝাৰ।

-----–--------------

কোকৰাঝাৰ , 24 মে :- অতি চৰ্চিত কোকৰাঝাৰ লোকসভা সমষ্টিত অৱশেষত জল্পনা কল্পনা এৰি দুৱাৰৰ বাবে তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ অন্তত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া । আজি কোকৰাঝাৰৰ ৰেটাৰ্ণিং অফিচাৰ পাৰ্থ প্রতিম মুজুমদাৰে বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে।

Body:কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই মুঠ 4,84,560 টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডী বিপিএফৰ প্ৰমিলা ৰাণী ব্ৰহ্মই মুঠ 446774 টা ভোট লাভ কৰে অৰ্থাৎ 37786 টা ভোটৰ ব্যৱধানত জয়ী হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া।

জয়লাভৰ পিছতে নৱ কুমাৰ শৰণীয়াই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

Conclusion:উ পি পি এল তথা এবছুৰ সমৰ্থনৰ পাৰ্টী 312435 টা ভোটৰ পৰিমাণত তৃতীয় ঠাইতহে থাকে।

সৰ্বমুঠ 9 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা কৰা কোকৰাঝাৰ লোকসভা সমষ্টিত কংগ্ৰেছে চতুৰ্থ স্থান লাভ কৰিবলৈ হে সক্ষম হয় । সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাই 147118 টা ভোট লাভ কৰে । ইয়াৰ বিপৰীতে চিপিআই(এম) বিৰাজ ডেকাই 28128 টা , পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ প্ৰাৰ্থী চৰণ ইছৱাৰীয়ে 9827 টা , ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰাৰ্থী ৰাজেশ নাৰ্জাৰীয়ে 13908 টা ,নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে প্ৰসেনজিৎ কুমাৰ দাসে 9959 টা আৰু ৰঞ্জয় কুমাৰ ব্ৰহ্মই 10788 টা ভোট লাভ কৰিবলৈ সক্ষম হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.