ETV Bharat / state

যমদুৱাৰত উটি যোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Mar 19, 2019, 11:33 PM IST

যমদুৱাৰ পিকনিকস্থলীত মঙলবাৰে উদ্ধাৰ হয় তলি কামচিৰ মৃতদেহ

যমদুৱাৰত উটি যোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

19 মাৰ্চ, কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্তৱৰ্তী যমদুৱাৰ পিকনিক স্থলিত মঙলবাৰে উদ্ধাৰ হয় তলি কামচিৰ মৃতদেহ৷ মঙলবাৰে কোকৰাঝাৰ SDRF বাহিনীয়ে ভূটান SDRF বাহিনীৰ সহযোগত ঘটনাস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰমান আতঁৰত উদ্ধাৰ কৰে ছাত্ৰজনৰ মৃতদেহ৷ উল্লেখ্য যে বৰাপানীৰ ইউনিয়ন খ্ৰীষ্টিয়ান কলেজৰ ছাত্ৰ তলি কামচিয়ে বন্ধুৰ সৈতে পিকনিক খাবলৈ গৈ নৈত পিচলি পৰি উটি গৈছিল।

Intro:জুমদুৱাৰ ত উটি যোৱা অৰুণাচল ছাত্রৰ মৃতদেহটো উদ্ধাৰ।।

Body:ভাৰত-ভূটান সীমান্তবৰ্তী জুমদুৱাৰ পিচনিক স্পটত উটি যোৱা অৰুণাচলৰ ছাত্র তলি কামচিৰ মৃতদেহটো অৱশেক ত আজি কোকৰাঝাৰ SDRFযে ভূটান SDRF বাহিনীৰ সহযোগত উদ্ধাৰ কৰে৷ ঘটনাস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰমান আতঁৰত উদ্ধাৰ কৰে৷

বৰ্তমান মৃতদেহটো কোকৰাঝাৰৰ গোসাইগাওঁ আৰক্ষী চকীত ৰাখি মৰোনত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ যুঁজা কৰিছে।
ছাত্র গৰাকী শ্বিলং বৰাপানীৰ ইউনিয়ন খ্ৰীষ্টিয়ান কলেজৰ ছাত্র আছিল। নিজৰ বন্দুসৈতে যোৱা সোমবাৰ পিচনিক খাবলৈ যাওতে নৈত শ্লিপ খাই পৰি উটি গৈছিল।
Conclusion:প্ৰাপ্ততৈথ মতে, কামচি অৰুণাচলৰ ৱেষ্ট চিয়াং জিলাৰ দুয়োৰ গাঁওৰ,শ্বিলং বৰাপানীৰ ইউনিয়ন খ্ৰীষ্টিয়ান কলেজৰ স্থানক কলা শাখাত পৰি আছিল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.