কোকৰাঝাৰ,4 মে'ঃত 7 লাখ লোক স্ক্ৰিনিঙৰ বাবে সাজু হৈছে অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল ব্যক্তি দেশৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈ লক্ ডাউনৰ ফলত আৱদ্ধ হৈ পৰিছে, সেই সকল ব্যক্তিক অসম চৰকাৰে নিজ ৰাজ্যলৈ ওভতাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ।
অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত 7 লাখ লোক স্ক্ৰিনিঙৰ ব্যৱস্থা - কোকৰাঝাৰ জিলা প্ৰশাসন
সমগ্ৰ দেশত COVID-19ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ যি সকল ব্যক্তি দেশৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গৈ লক্ ডাউনৰ ফলত আৱদ্ধ হৈ পৰিছে, সেই সকল ব্যক্তিক অসম চৰকাৰে নিজ ৰাজ্যলৈ ওভতাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । এই সকলো লোকক স্ক্ৰিনিঙ কৰাৰ বাবেও গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷
অসম-বংগ সীমান্ত শ্ৰীৰামপুৰত সাত লাখ লোক স্ক্ৰিনিঙৰ বাবে সাজু