ETV Bharat / state

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কৰ্মচাৰী - লোকসভা নিৰ্বাচন

কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে মঙলবাৰে কৰিমগঞ্জ কলেজৰ খেল পথাৰৰ পৰা ই ভি এমৰ লগতে ভোটৰ আন সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে ভোটগ্ৰহণকাৰীৰ দলৰ লগতে নিৰাপত্তাৰক্ষীসকল  ৷

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰীৰ দল
author img

By

Published : Apr 16, 2019, 5:12 PM IST

কৰিমগঞ্জ, 16 এপ্ৰিল : 18 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ কামত নিয়োজিত কৰ্মীসকলে যাত্ৰা আৰম্ভ কৰিছে গন্তব্যস্থলীলৈ | কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে মঙলবাৰে কৰিমগঞ্জ কলেজৰ খেল পথাৰৰ পৰা ই ভি এমৰ লগতে ভোটৰ আন সামগ্ৰী লৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে ভোটগ্ৰহণকাৰীৰ দলৰ লগতে নিৰাপত্তাৰক্ষীসকল ৷

ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা ভোটগ্ৰহণকাৰীৰ দল

কৰিমগঞ্জ জিলাৰ মুঠ 1065 টাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দুৰণিবতীয়া আৰু দুৰ্গম এলেকাৰ 342 টা কেন্দ্ৰলৈ ৰাওনা হয় নিৰ্বাচনৰ কামত নিয়োজিত কৰ্মীসকল । বাকী আন 723 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ বুধবাৰে ৰাওনা হ'ব নিৰ্বাচনৰ কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল ৷

Intro:ভোট কেন্দ্ৰ লৈ যাত্ৰা ভোট কৰ্মী সকলৰBody:SLUG: POLL PARTY STARTED FOR POLLING CENTRE, KARIMGANJ
১৮ এপ্ৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভোট কৰ্মীসকলে যাত্ৰা আৰম্ভ কৰিলে গন্তব্যস্থলীলৈ | কৰিমগঞ্জ সংৰক্ষিত লোকসভা আসনৰ নিৰ্বাচনৰ বাবে আজি কৰিমগঞ্জ কলেজৰ খেল পথাৰৰ পৰা EVM আৰু ভোটৰ আন সামগ্ৰী লৈ ৰওৱানা হৈছে ভোটকৰ্মী সকল | কৰিমগঞ্জ জিলাৰ মোঠ ১০৬৫টাকৈ ভোটকেন্দ্ৰ দুৰনিয়া আৰু দুৰ্গম এলাকাৰ ৩৪২ টা কেন্দ্ৰলৈ আজি ভোট কৰ্মী সকল ৰওৱানা হৈছে । বাকী আন ৭২৩ কেন্দ্ৰলৈ অহা কাইলৈ ৰওৱানা হব ভোট কৰ্মীসকল |
BYTE - KARIMGANJ DCConclusion:কৰিমগঞ্জ জিলাৰ মোঠ ১০৬৫টাকৈ ভোটকেন্দ্ৰ দুৰনিয়া আৰু দুৰ্গম এলাকাৰ ৩৪২ টা কেন্দ্ৰলৈ আজি ভোট কৰ্মী সকল ৰওৱানা হৈছে । বাকী আন ৭২৩ কেন্দ্ৰলৈ অহা কাইলৈ ৰওৱানা হব ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.