ETV Bharat / state

কৰিমগঞ্জ কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া

author img

By

Published : Nov 30, 2020, 9:37 PM IST

কৰিমগঞ্জ কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া ৷ পাথাৰকান্দি সমষ্টিৰ একাংশ নেতা আৰু সক্ৰিয় কৰ্মী ড্ৰাগছৰ সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে জিলা আইটি চেলৰ উপ সভাপতি প্রদীপ গোৱালাই ৷

vice-precident-of-it-cell-resign-cogress
কৰিমগঞ্জ কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া

কৰিমগঞ্জ, 30 নৱেম্বৰ : কৰিমগঞ্জ কংগ্ৰেছত আৰম্ভ হৈছে ব্যাপক খহনীয়া ৷ পাথাৰকান্দি সমষ্টিৰ একাংশ নেতা আৰু সক্ৰিয় কৰ্মী ড্ৰাগছৰ সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে জিলা আইটি চেলৰ উপ সভাপতি প্রদীপ গোৱালাই ৷

গোৱালাই এই সন্দৰ্ভত জিলা কংগ্ৰেছৰ সভাপতিক অভিযোগ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰে প্ৰদীপ গোৱালা তথা তেওঁৰ নেতৃত্বত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷ সোমবাৰে কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা সভাপতি সতু ৰায়ৰ ওচৰত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ স্বাক্ষৰ থকা এখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰে প্ৰদীপ গোৱালাই ৷

লগতে পঢ়ক: শীঘ্ৰেই অসমত সংযোজন হ’ব ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.