কৰিমগঞ্জ, 16 জুলাই : ত্ৰিপুৰা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছ আৰু ইয়াবা টেবলেটসহ শিলচৰৰ দুগৰাকী লোক । 8হাজাৰ ইয়াবা টেবলেটৰ সৈতে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী ক্ৰমে আতাফল ৰহমান আৰু ফয়জুল ইছলাম । দুয়োগৰাকীৰে ঘৰ শিলচৰত বুলি জানিব পৰা গৈছে । লগতে দুয়োগৰাকী লোকৰ পৰা জব্দ হৈছে AS 11 P 0329 নম্বৰৰ এখন মাৰুতি ভেন । গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগে পানীসাগৰ এলেকাত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুয়োকে ৷
ত্ৰিপুৰা আৰক্ষীৰ জালত শিলচৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰী - ত্ৰিপুৰা আৰক্ষী
8 হাজাৰ ইয়াবা টেবলেটৰ সৈতে আটক দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী ক্ৰমে আতাফল ৰহমান আৰু ফয়জুল ইছলাম ৷
ত্ৰিপুৰা আৰক্ষীৰ জালত শিলচৰৰ দুই ড্ৰাগছ সৰবৰাহকাৰী
কৰিমগঞ্জ, 16 জুলাই : ত্ৰিপুৰা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ড্ৰাগছ আৰু ইয়াবা টেবলেটসহ শিলচৰৰ দুগৰাকী লোক । 8হাজাৰ ইয়াবা টেবলেটৰ সৈতে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী ক্ৰমে আতাফল ৰহমান আৰু ফয়জুল ইছলাম । দুয়োগৰাকীৰে ঘৰ শিলচৰত বুলি জানিব পৰা গৈছে । লগতে দুয়োগৰাকী লোকৰ পৰা জব্দ হৈছে AS 11 P 0329 নম্বৰৰ এখন মাৰুতি ভেন । গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগে পানীসাগৰ এলেকাত অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় দুয়োকে ৷
Intro:Body:SLUG : HUGE DRUGS SEIZED.
ত্ৰিপুৰা ত ড্ৰাগছ সৰবৰাহৰ লগত যেন বৰাক উপত্যকাৰ এটা চক্ৰ জড়িত এয়া সঘনাই প্ৰমাণিত হৈ আহিছে । অসম আৰক্ষীয়ে নোৱাৰা কাম প্ৰতিবাৰেই ত্ৰিপুৰা আৰক্ষীয়ে কৰি দেখুৱাই আহিছে । আজিও ত্ৰিপুৰা আৰক্ষীৰ জালত বুজন পৰিমাণৰ ইয়াবা টেবলেটৰ সৈতে আটক হৈছে শিলচৰৰ দুগৰাকী লোক । আট হেজাৰ ইয়াবা টেবলেটৰ সৈতে আটক হৈছে আতাফল ৰহমান আৰু ফয়জুল ইছলাম নামৰ দুগৰাকী ড্ৰাগছ সৰবৰাহ কাৰী । দুৱোজনৰে ঘৰ শিলচৰত বুলি জানিব পৰা গৈছে । লগতে জব্দ হৈছে AS 11 P 0329 নম্বৰৰ এখন মাৰুতি ভেন । গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগে প্ৰথমে পানিসাগৰ এলেকাত অভিযান চলাই ত্ৰিপুৰা আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় ।
এইখিনিতে সদাই এটা প্ৰশ্ন উদয় হয়, অসম আৰক্ষীৰ চকুৰ সমুখতে ড্ৰাগছ সৰবৰাহ কাৰী সকলে কিদৰে ত্ৰিপুৰালৈ কৌটি কৌটি টকা মুল্যৰ নিচা জাতীয় সামগ্ৰী লৈ যাব পাৰে ? নে বৃহত অংকৰ লেনদেনৰ জৰিয়তে অসম আৰক্ষী ক মেনেজ কৰি ড্ৰাগছ সৰবৰাহ কাৰী সকলে নিজৰ সাম্ৰাজ্য স্থাপন কৰি আহিছে ??Conclusion: