কৰিমগঞ্জ,16 ছেপ্টেম্বৰঃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হয় ৷
চিকিৎসকৰ গাফিলতিৰ ফলত মমতা বেগম নামৰ এগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে ৰাইজে ৷ আনকি ৰোগীগৰাকীৰ মৃত্যুৰ পাছতো চিকিৎসকে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ অভিযোগো উত্থাপিত হৈছে ৷
মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তেজনা - নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়
কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত উত্তেজনা । এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । চিকিৎসকৰ গাফিলতিৰ ফলত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ ।
মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয়ত উত্তেজনা
কৰিমগঞ্জ,16 ছেপ্টেম্বৰঃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিৎসালয়ত উত্তেজনাৰ সৃষ্টি হয় ৷
চিকিৎসকৰ গাফিলতিৰ ফলত মমতা বেগম নামৰ এগৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে ৰাইজে ৷ আনকি ৰোগীগৰাকীৰ মৃত্যুৰ পাছতো চিকিৎসকে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ অভিযোগো উত্থাপিত হৈছে ৷
Intro:Body:💥💥💥💥BREAKING.
কৰিমগঞ্জৰ নিলামবজাৰ প্ৰাথমিক চিকিত্সালয়ত উত্তেজনা ।
এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ।
চিকিতসকৰ গাফিলতিৰ ফলত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ ।
মৃত্যু হোৱা মহিলাৰ নাম মমতা বেগম ।
ডাঃ ছাদিকুৰ ৰহমানৰ বিৰুদ্ধে চিকিতসাত গাফিলতিৰ অভিযোগ ।
আনকি চিকিতসকে মৃত্যুৰ পিছত ৰোগীক দিছিল ৰেফাৰ ।
পৰিস্থিতি উত্তপ্ত হওঁতে ডাঃ ছাদিকুৰ ৰহমানৰ পলায়ন ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হস্পিটালত মোতায়েন কৰা হৈছে আৰক্ষী আৰু আধা সামৰিক বাহিনী ।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion: