ETV Bharat / state

কৃষি বিভাগে যোগান ধৰা বীজ জব্দ

author img

By

Published : Apr 26, 2019, 11:37 AM IST

কৰিমগঞ্জৰ নিলামবজাৰত দুখনকৈ মেজিকত কঢ়িয়াই নিয়া বৃহৎ পৰিমাণৰ মগু আৰু মাটিমাহৰ বীজ উদ্ধাৰ হৈছে । এই বীজখিনি দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ ঘৰলৈ লৈ যোৱাৰ কথা আছিল বুলি বাহনৰ চালকে জানিবলৈ দিয়ে ।

কৰিমগঞ্জত কৃষি বিভাগৰ বীজ জব্দ

কৰিমগঞ্জ, ২৬ এপ্ৰিল: কৰিমগঞ্জৰ নিলামবজাৰত বৃহস্পতিবাৰে ৰাইজৰ হাতত আটক হয় মগু আৰু মাটিমাহ দালিৰ বীজ কঢ়িওৱা দুখনকৈ মেজিক ট্ৰাক । নিশাৰ ভাগত কোনো ধৰণৰ বৈধ কাগজ নথকা বাহন কেইখনত আছিল কৃষি বিভাগে যোগান ধৰা মগু দালি 7 বস্তা আৰু মাটিমাহ 106 বস্তা । আটকাধীন বাহন দুখনৰ নম্বৰ হৈছে AS ১১ AC ৬০৬৯ আৰু AS ১০ C ৫৭০৯ । এই বীজখিনি দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ ঘৰলৈ লৈ যোৱাৰ কথা আছিল বুলি বাহনৰ চালকে জানিবলৈ দিয়ে ।

কৰিমগঞ্জত কৃষি বিভাগৰ বীজ জব্দ

এই সন্দৰ্ভত নিশাৰ ভাগত নিলামবজাৰ আৰক্ষী থানাত এখন গোচৰো ৰুজু কৰা হৈছে । ইপিনে বিজেপি নেত্ৰী শিপ্ৰা গুনে জানিবলৈ দিয়া অনুসৰি কৃষি বিভাগৰ বীজ লৈ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে ৰাজনীতি কৰিছে ।

Intro:কৃষি বিভাগে যোগান ধৰা বীজ জব্দBody:Slug : Govt supply seed seized by public.

কৃষি বিভাগে যোগান ধৰা বীজ পাচাৰ কৰিবলৈ গৈ ৰাইজৰ হাতত আটক মুগু আৰু মাটিমাহ ডালিৰ বীজ কঢ়িওৱা দুখন মেজিক ট্ৰাক । কৰিমগঞ্জৰ নিলামবজাৰত কালি নিশাৰ ভাগত কোনো ধৰনৰ বৈধ কাগজ নথকা বীজ কঢ়িওৱা বাহন দুখন ৰাইজে গতালে নিলামবজাৰ আৰক্ষী থানাত । আটক হোৱা বাহন দুখনৰ নম্বৰ হৈছে  AS 11 AC 6069 আৰু AS 10 C 5709 , আটক হোৱা ট্ৰাক দুখনত আছিল । ট্ৰাক দুখনত আছিল কৃষি বিভাগে যোগান ধৰা মুগু ডালিৰ 7 বস্তা আৰু মাটিমাহ ডালিৰ  106 টা বস্তা বীজ   । বাহন দুখনৰ চালকে জানিব দিয়া মতে ডালিৰ বীজ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ ঘৰলৈ লৈ যোৱাৰ কথা আছিল । নিশাৰ ভাগতেই  বিজেপিৰ ফালৰ কৃষি বিভাগৰ DO আৰু  ADO'ক অভিযুক্ত কৰি নিলামবজাৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰা হৈছে । ইপিনে বিজেপি নেত্ৰী শিপ্ৰা গুনে কয়........ কৃষি বিভাগৰ বীজ লৈ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে ৰাজনীতি কৰিছে । এই বিষটো লৈ তদন্ত চলিব ।

Conclusion:নিৰ্বাচনী আচৰণ বিধি লঙ্ঘন কাৰী সকলৰ বিৰূদ্ধে কি ব্যৱস্থা লোৱা হয় এয়া হব লক্ষণীয়।।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.