ETV Bharat / state

অবৈধ কৰ সংগ্ৰহ ছেলচ টেক্স বিভাগৰ - ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ

কেন্দ্ৰীয় চৰকাৰৰ 'ওৱান নেছন ওৱান টেক্স' আচঁনিৰ সময়ত ট্ৰাকৰ পৰা অবৈধ ধন সংগ্ৰহ কৰিমগঞ্জ জিলাত ৷

অবৈধ কৰ সংগ্ৰহ ছেলচ টেক্স বিভাগৰ
author img

By

Published : Sep 12, 2019, 11:05 PM IST

কৰিমগঞ্জ , 12 চেপ্তেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে "ওৱান নেছন ওৱান টেক্স"ৰ কথা কোৱাৰ সময়তে কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা অবৈধভাৱে কৰ সংগ্ৰহৰ অভিযোগ ছেলচ টেক্স বিভাগৰ বিৰুদ্ধে ৷ অভিযোগ মতে, কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰাকক ছেলচ টেক্স বিভাগৰ এটা দলে ছিগনেল দি ৰখাই সকলো কাগজ পত্ৰ ৰাখি থয় আৰু গাড়ীৰ কাগজ-পত্ৰ ঘূৰাই দিয়াৰ নামত কাৰ্যালয়লৈ মাটি আদায় কৰে বৃহৎ অংকৰ ধন ৷ বুধবাৰে ৰাতিও সংঘটিত হয় অনুৰূপ ঘটনা ৷ পশ্চিম বংগৰ পৰা অহা দুখন ট্ৰাকক চূড়াইবাৰী এলেকাত ৰখাই ধনৰ দাবী কৰে বিভাগৰ পৰিদৰ্শক পাৰ্থ আদিত্যৰ নেতৃত্বত এটা দলে ৷ বিভাগটোৰ এনে কাৰ্যত অতিষ্ঠ হৈ পৰিছে বহিঃ ৰাজ্যৰ ট্ৰাক চালক সকল ৷

Intro:Body:SLUG.DRIVER HARASSED SALETAX.

দিনৰ পোহৰত নহয় ৰাতি হলেই দেখিবলৈ পোৱা যায় তেওঁলোকক ।পিচে কোন তেওঁলোক?।দীৰ্ঘদিনৰ পৰা ৰাতি এটা গোট কৰিমগঞ্জ জিলাৰ বিভিন্ন স্থানত বহি ৰাজ্যেৰ পৰা অহা ট্ৰাকত ছিগনাল দিয়ে পিছে কাগজপাতি দেখুৱাৰ কথা কৈ লৈ যায় সকলো কাগজপাতি আৰু পিছে কৰিমগঞ্জ বিক্ৰয়কৰ কাৰ্যালয় লৈ মাটি আদায় কৰে বৃহৎ অংকৰ ধন এই অভিযোগ দীৰ্ঘদিনৰ পৰাই কৰি আহিছে চালক সকলে।যোৱাকালি ৰাতিও ঘটিল এনেই এক ঘটনা পশ্চিম বংগৰ পৰা অহা দুখন কৈ ট্ৰাকক চূড়াইবাৰী এলেকাত ছিগনাল দিয়ে বিক্ৰয়কৰ বিভাগৰ পৰিদৰ্শক পাৰ্থ আদিত্যৰ নেতৃত্বত থকা এটা টিমে।চৰকাৰে যি সময়ত ওয়ান নেশন ওয়ান টেক্সৰ কথা কৈছে ঠিক তেনে ক্ষেত্ৰত বিক্ৰয়কৰ বিভাগৰ ধন সংগ্ৰহ কৰাৰ ঘটনাত চালক সকলে ক্ষোভ প্ৰকাশ কৰিছে।এতিয়া প্ৰশ্ন উত্থাপন হৈছে যদি অবৈধ সামগ্ৰীৰ বিৰুদ্ধে এই অভিযান হৈ থাকে তেন্তে দিনত অভিযান কিয় অভিযান নচলে। সমগ্ৰ ঘটনাৰ আঁৰত যে অবৈধ ধন সংগ্ৰহ কৰা এয়া স্পষ্ট।যদিও এই ক্ষেত্ৰত বিক্ৰয়কৰ বিভাগৰ লগত বাৰংবাৰ যোগাযোগ কৰাৰ চেষ্টা কৰিও তেওঁলোকক পোৱা নাছিলো।কিন্তু কিমান দিন চলিব কাগজপাতি দেখাৰ নামত বহি ৰাজ্যেৰ চালকক হাৰাশাস্তি এয়াই ডাঙৰ প্ৰশ্ন।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.