ETV Bharat / state

পশ্চিম ত্ৰিপুৰাত নিৰ্বাচন আয়োগৰ নিৰ্দেশত পুনৰ নিৰ্বাচন

author img

By

Published : May 12, 2019, 7:36 PM IST

বিৰোধী দলৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল পশ্চিম ত্ৰিপুৰাৰ 168 নং ভোটকেন্দ্ৰত ৷

পশ্চিম ত্ৰিপুৰাত নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি পুনৰ নিৰ্বাচন

কৰিমগঞ্জ,12 মে' : পশ্চিম ত্ৰিপুৰাৰ 168 নং ভোটকেন্দ্ৰত পুনৰ নিৰ্বাচন । প্ৰায় 11 লাখ ভোটাৰে আজি ভাগ্য নিৰ্ধাৰণ কৰিব 13 গৰাকী প্ৰাৰ্থীৰ । উল্লেখ্য যে, বিৰোধী দলৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল উক্ত ভোটকেন্দ্ৰটোত ৷ সন্ধিয়া 5 বজালৈ ভোটদানৰ হাৰ 61 শতাংশ ।

Intro:Body:Slug.Tripura Election update....
পশ্চিম ত্ৰিপুৰা আসনত আজি 168 কেন্দ্ৰত পুনৰ নিৰ্বাচনত ।প্ৰায় 11 লাখ ভোটাৰে আজি 13 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।তাৰ মাজত হেভিয়েট প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ সুবল ভৌমিক,বিজেপি প্ৰতিমা ভৌমিক আৰু চিপিআইএম দলৰ শংকৰ প্ৰসাদ দত্ত।উল্লেখ যোগ্য যে বিৰোধী দলৰ অভিযোগৰ ভিত্তিত নিৰ্বাচন কমিচনে পুনৰ নিৰ্বাচন নিৰ্দেশ দিয়ে কিন্তু আজি ভোটাৰৰ মাজত কোনো উৎসাহ পৰিলক্ষিত হোৱা দেখা পোৱা হোৱা নাই। এতিয়া লৈকে ভোটদানৰ হাৰ 61 শতাংশ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.