ETV Bharat / state

ৰাতাবাৰীৰ ছিংলাছৰা গাঁও পঞ্চায়তত জয়ী কংগ্ৰেছ - উপ নিৰ্বাচন

অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কংগ্ৰেছৰ দখলত থকা সিংলাছৰা গাঁও পঞ্চায়ত দখলৰ পৰিকল্পনা আধৰোৱা হৈ থাকিল বিজেপিৰ । আস্থাভোটৰ জৰিয়তে পুনৰ বাহাল থাকিল কংগ্ৰেছী সভাপতি হীৰালাল ৰবিদাস ৷

ৰাতাবাৰীৰ ছিংলাছৰা গাঁও পঞ্চায়তত জয়ী কংগ্ৰেছ
author img

By

Published : Aug 28, 2019, 6:48 PM IST

কৰিমগঞ্জ,28আগষ্টঃ উপ নিৰ্বাচনৰ প্ৰাক মুহূর্তত ৰাতাবাৰী সমষ্টিত বিজেপিয়ে খালে মুখ থেকেচা । অনাস্থা প্ৰস্তাৱৰ জৰিয়তে কংগ্ৰেছৰ দখলত থকা সিংলাছৰা গাঁও পঞ্চায়ত দখলৰ পৰিকল্পনা আধৰুৱা হৈ থাকিল বিজেপিৰ । আস্থাভোটৰ জৰিয়তে পুনৰ বাহাল থাকিল কংগ্ৰেছী সভাপতি হীৰালাল ৰবিদাস ৷ উল্লেখ্য যে বিগত বহুদিনৰ পৰাই সিংলাছৰা পঞ্চায়তৰ সভাপতি আৰু সচিবৰ মাজত বিভিন্ন আঁচনিক কেন্দ্ৰ কৰি সংঘাত চলি আহিছিল । এই সংঘাতৰ সুযোগ লৈ বিজেপিয়ে কিছু গ্ৰুপ সদস্যক হাতত লৈ কংগ্ৰেছী সভাপতি হীৰালাল ৰবিদাসৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে । সেইমতে দুৰ্লভছৰা খণ্ড উন্নয়ন কাৰ্যালয়ত এক গোপন ভোটৰ আয়োজন কৰা হৈছিল ।

ৰাতাবাৰীৰ ছিংলাছৰা গাঁও পঞ্চায়তত জয়ী কংগ্ৰেছ

কিন্তু সেই আস্থাভোটত সভাপতি হীৰালাল ৰবিদাসৰ সপক্ষে ভোট পৰে ছটা আৰু বিৰোধীৰ পক্ষে ভোট পৰে মাত্ৰ চাৰিটা । অবশেষত আস্থাভটৰ জৰিয়তে পুনৰ পঞ্চায়ত দখল কৰে কংগ্ৰেছী সভাপতি হীৰালাল ৰবিদাসে ৷

Intro:ৰাতাবাৰীৰ ছিংলাছৰা জিপিত জয়ী কংগ্ৰেছBody:

উপ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত ৰাতাবাৰী সমষ্টিত বিজেপিয়ে খালে মুখ থেকেচা । অনাস্থা প্ৰস্তাৱৰ জৰিয়তে  কংগ্ৰেছৰ দখলত থকা সিংলাছৰা গাঁও  পঞ্চায়ত দখলৰ পৰিকল্পনা আধৰা থাকিল বিজেপিৰ । আস্থাভোটৰ জৰিয়তে পুনৰ বহাল থাকিল কংগ্ৰেছী সভাপতি হীৰালাল ৰবিদাস । 

বিগত বহুদিনৰ পৰাই সিংলাছৰা পঞ্চায়তৰ সভাপতি আৰু সচিবৰ মাজত বিভিন্ন আচনীৰ বাস্তৱায়ন লৈ সংঘাত চলি আহিছিল । এই সংঘাতৰ সুযোগ লৈ বিজেপিয়ে কিছু গ্ৰুপ সদস্যক হাতত লৈ কংগ্ৰেছৰী সভাপতি হীৰালাল ৰবিদাস'ৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে । আৰু সেই মতে দুৰ্লভছৰা খন্ড উন্নয়ন কাৰ্য্যালয়ত এক গোপন ভোটৰ আয়োজন কৰা হৈছিল । কিন্তু সেই আস্থাভোটত দেখিবলৈ পোৱা যায় সভাপতি হীৰালাল ৰবিদাস'ৰ সপক্ষে ভোট পৰে ছটা আৰু বিৰোধীৰ পক্ষে ভোট পৰে মাত্ৰ চাৰিটা । অবশেষত আস্থাভটৰ  জৰিয়তে পুনৰ পঞ্চায়ত দখল কৰাৰ পিছত কংগ্ৰেছী সমৰ্থক সকলে আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।

Byte : President 

Conclusion:উপ নিৰ্বাচনৰ প্রাকমুহূৰ্তত কংগ্ৰেছৰ এই জয় লৈ ব্যাপক চৰ্চা চলিছে ৰাতাবাৰী সমষ্টিত
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.