ETV Bharat / state

পচন্দৰ প্ৰাৰ্থীক পাই উৎসৱ মুখৰ পৰিৱেশ এতিয়া ৰাতাবাড়ি সমষ্টিত

author img

By

Published : Mar 7, 2021, 6:44 PM IST

জয় মালাকাৰৰ মনোনয়ন লাভক লৈ উৎসৱ মুখৰ পৰিৱেশ ৰাতাবাড়ি সমষ্টিত ৷ সমষ্টিবাসী ৰাইজে প্ৰাৰ্থী বিজয় বিজয় মালাকাৰক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁক লৈ উলিয়াই এক বাইক ৰেলি ৷

RATABARI BJP CANDIDATE BIKE RALLLY
উৎসৱ মুখৰ পৰিৱেশ ৰাতাবাড়ি সমষ্টিত

কৰিমগঞ্জ, 7মাৰ্চঃ দলীয় মনোনয়ন লাভ কৰাৰ পাছতেই উৎসৱ মুখৰ পৰিৱেশ ৰাতাবাড়ি সমষ্টিত ৷ ৰাতাবাড়ি সমষ্টিতত ভাৰতীয় জনতা পাৰ্টিৰ হৈ মনোনয়ন লাভ কৰিছে বিজয় মালাকাৰে ৷

বিজয় বিজয় মালাকাৰক লৈ সুখী ৰাতাবাড়ি সমষ্টিবাসী ৰাইজ ৷ দেওবাৰে প্ৰাৰ্থী বিজয় বিজয় মালাকাৰক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁক লৈ সমষ্টিবাসী ৰাইজে উলিয়াই এক বাইক ৰেলি ৷ উল্লেখ্য যে, ৰাতাবাড়ি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ হৈ বিজয় মালাকাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ ফলত অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে বিজয় মালাকাৰে ৷

জানিব পৰা মতে, ৰাতাবাড়ি সমষ্টিত বিজয় মালাকাৰৰ কোনো প্ৰতিদ্বন্দী নাই ৷ এই সমষ্টিৰ পৰা 70-80 হাজাৰ ভোটত জয়লাভ কৰিব বুলি আশাবাদী বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ ৷

লগতে পঢ়কঃ ৰিপ’ৰ্ট কাৰ্ড: চৰাইদেউ জিলাৰ দুটা সমষ্টিৰ বিশেষ বিৱৰণ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.