ETV Bharat / state

ৰাতাবৰীত নিৰ্বাচনী প্ৰচাৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

author img

By

Published : Oct 18, 2019, 5:01 PM IST

শুকুৰবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী জনসভাত অংশ ললে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ ৰাতাবাৰী সমষ্টিৰ কালিবাৰী বজাৰত ভাস্থলীত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

RANJIT DAS ELECTION CAMPAIGN AT RATABARI

ৰাতাবাৰী,18 অক্টোবৰঃ ৰাজ্যৰ চাৰিটা সমষ্টিতে বলিছে উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ পিছ পৰি থকা নাই ৰাতাবাৰী সমষ্টিও ৷ শুকুৰবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী জনসভাত অংশ ললে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ ৰাতাবাৰী সমষ্টিৰ কালিবাৰী বজাৰৰ জনসভাস্থলীত ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ নিৰ্বাচনী সভাত অংশ লৈ সভাপতি গৰাকীয়ে চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ কথা দাঙি ধৰে ৷ লগতে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বিল,শনবিলৰ প্ৰাকৃতিক মনোৰম দৃশ্যই তেওঁক আকৃষ্ট কৰিছে বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ শনবিলক বৃহৎ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে সভাপতি গৰাকীয়ে ।

ৰাতাবৰীত নিৰ্বাচনী প্ৰচাৰ

আনহাতে, এন আৰ চিৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, 2014 চনৰ পৰা অহা সকলো হিন্দু লোকক নাগৰিকত্ব প্ৰদান কৰা হ’ব ৷

Intro:শনবিলত গঢ়ি তোলা হব বৃহৎ পৰ্যটন কেন্দ্ৰBody:SLUG. RANJIT DAS ELECTION CAMPAIGN.

ৰাজ্যৰ চাৰিটা সমষ্টিত বলিছে উপনিৰ্বাচনৰ গৰম বতাহ । পিছ পৰি থকা নাই ৰাতাবাৰীও।আজি বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ পোন প্ৰথমবাৰৰ বাবে নিৰ্বাচনী জনসভাত অংশ ললে বিজেপিৰ ৰাজ্যিক  সভাপতি ৰঞ্জিত দাসে। 10,37 মিনিটত ৰাতাবাৰী সমষ্টিৰ কালিবাৰী বজাৰত জনসভাস্থলীৰ কাষত থকা অস্থায়ী হেলিপেডত অৱতৰণ কৰে ৰঞ্জিত দাসৰ  হেলিকপ্টাৰ । নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যিক বিজেপিৰ  সভাপতি গৰাকীয়ে চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ কথা দাঙি ধৰি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলালে । লগতে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বিল, শনবিলৰ প্ৰাকৃতিক মনোৰম দৃশ্যই তেওঁক আকৃষ্ট কৰিছে বুলি উল্লেখ কৰে । লগতে তেওঁ কয় এই শনবিলৰ লোক সকল 1991চনৰ  পৰা বিজেপিৰ লগত জৰিত হৈ আহিছে । ইয়াত কোন সভা কৰাৰ প্ৰয়োজন নাছিল যদিও কিন্তু ভোট বৃদ্ধি কৰাৰ বাবে হে তেওঁ এই সভাত অংশ লৈছে । শনবিলক বৃহৎ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে সভাপতি গৰাকীয়ে । পূৰ্বতে  বৰাক আৰু ব্ৰহ্মপুত্ৰৰ লোকৰ মাজত  পাৰ্থক্য আছিল কিন্তু এতিয়া সৰ্বানন্দ সনোৱাল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ লোকৰ মাজত সৌভ্ৰাতৃত্ববোধ  গঢ়ি উঠিছে । এন আৰ সি প্ৰসঙ্গত কয় 2014 চনৰ পৰা অহা সকলো হিন্দু লোকক নাগৰিকত্ব দিয়া হব । আনহাতে অসম আন্দোলনৰ পিছত অসমবাসীৰ প্ৰীতি বাঢ়িছে অসমৰ বাবে, গতিকে কেৱল অসমৰ কথা চিন্তা নকৰি ভাৰতবৰ্ষৰ কথা চিন্তা কৰাৰ পৰামৰ্শ প্ৰদান কৰিলে ৰঞ্জিত দাসে । আনহাতে টিকট বঞ্চিত একাংশ স্থানীয়  নেতা প্ৰচাৰৰ পৰা কিও বিৰত আছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কলে ..........
Conclusion:বিজেপিৰ তিনিটা কৈ নিৰ্বাচনী জনসভাত ভাগ লয় দলীয় সভাপতি গৰাকীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.