ETV Bharat / state

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ - ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিবাদত আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হৈছে ৷

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ
ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ
author img

By

Published : Dec 10, 2019, 10:09 PM IST

কৰিমগঞ্জ, 10 ডিচেম্বৰ : নেছৰ আহ্বানত অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ অ'টোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল চমুকৈ এডিছি এলেকাত কেব বিৰোধী আন্দোলন অব্যাহত আছে ৷ মঙলবাৰে বিয়লি ত্ৰিপুৰাৰ কাঞ্চনপুৰ, আনন্দবজাৰ, মনু, গণ্ডাচৰাকে ধৰি বহুকেইটা স্থানত আয়োজন কৰা প্ৰতিবাদত আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হয় ৷ পৰিস্থিতি অধিক অৱনতি হোৱাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিব লগা হয় ৷

ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ত্ৰিপুৰা লেণ্ডৰ দাবীত প্ৰতিবাদকাৰীয়ে এই আন্দোলন সাব্যস্ত কৰে । কাঞ্চনপুৰ এলেকাত বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিয়াৰ লগতে এখন বাহনতো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে ৷ ইয়াৰোপৰি, গণ্ডাচৰা এলেকাত অৱৰোধৰ মাজত হাস্পতাললৈ যোৱা এখন এম্বুলেন্স বন্ধ সমৰ্থকে অৱৰোধ কৰি ৰখাৰ ফলত এটি কনমানিৰ মৃত্যু হোৱাৰ তথ্যও লাভ কৰা হৈছে ৷ আনহাতে, ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ তৰফৰ পৰা আইন-শৃংখলা ৰক্ষা কৰিবৰ বাবে দুদিনৰ কাৰণে ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰা হৈছে ।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ
ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ
ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ
আঘাতপ্ৰাপ্ত প্ৰতিবাদকাৰী

ত্ৰিপুৰাত প্ৰতিবাদী কাৰ্যসূচী তীব্ৰতৰ হৈ পৰাৰ সময়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মন্তব্য কৰে যে, ত্ৰিপুৰাত কোনো ধৰণৰ আন্দোলনেই হোৱা নাই ৷

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ
ত্ৰিপুৰাত কেবৰ বিৰুদ্ধে প্ৰতিবাদ

আৰু পঢ়ক : যোৰহাটত পৰিস্থিতি ভয়াৱহ: আৰক্ষীৰ গুলীচালনাঃ আহত আৰক্ষী

Intro:Body:SLUG. PROTEST AGAINST CAB IN TRIPURA.

নেছৰ আহ্বানত চুবুৰীয়া ৰাজ্যে ত্ৰিপুৰাৰ অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল সমূকৈ এডিছি এলেকাত ক্যাব বিৰোধী আন্দোলন অব্যাহত আছে।আজি বিয়লি ত্ৰিপুৰাৰ কাঞ্চনপুৰ ,আনন্দবজাৰ,মনু,গণ্ডাচৰা কে ধৰি বহু কেইটাস্থানত ক্যাব বিৰোধী আন্দোলন হয় তাৰ ভিতৰতে আৰক্ষী আৰু বনধ সমৰ্থকৰ মাজত হতাহতিৰ ঘটনা সংঘটিত হয়।পৰিস্থিতি অধিক অৱনতি হোৱাত আৰক্ষীয়ে শূণ্যলৈ সাত ৰাউন্ড গুলি নিক্ষেপ কৰে।বৰ্তমান পৰিস্থিতি অধিক অৱনতিৰ দিশে গৈছে।নাগৰিকত্ব সংশধনী বিল বাতিল আৰু তিপ্রা ল্যাণ্ডৰ দাবীত আছিল তেওঁলোকৰ এই আন্দোলন ।কাঞ্চনপুৰ এলেকাত বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান জুই লগাই জ্বলাই দিয়াৰ লগতে এখন বাহনতো অগ্নি সংযোগ কৰে দুস্কৃতিয়ে আৰু গণ্ডাচৰা এলেকাত অৱৰোধৰ মাজত হাস্পাতালৈ যোৱা এখন অম্বুলেন্স বনধ সমৰ্থকে যাব নিদিয়াত এটা কনমানিৰ মৃত্যু হয় অম্বুলেন্সৰ ভিতৰতই ।পিছে ৰাজ্যে চৰকাৰৰ গৃহ বিভাগৰ ফালৰ পৰা আইন শৃংখলা ৰক্ষাৰ বাবে দু দিনৰ কাৰণে ইণ্টাৰনেট পৰিষেবা বন্ধ কৰি দিয়ে।আৰু ইয়াত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে তেওঁৰ মতে ত্ৰিপুৰাত কোনো ধৰণৰ আন্দোলনই হোৱা নাই।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.