ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

নিৰ্মাণ তথা মেৰামতি নোহোৱাৰ বাবে পথছোৱাৰ অৱস্থাই জীয়াতু ভোগাই আহিছে দীৰ্ঘদিন ধৰি । বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে । ৰোগীসকলৰ ক্ষেত্ৰতো চৰম অসুবিধা হৈছে যদিও পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰৰ বিৰুদ্ধে কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে ৷

8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা, মৰণ ফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : May 15, 2019, 3:30 PM IST

পাথাৰকান্দি, 15 মে’: অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অবস্থাই দীৰ্ঘ দীন ধৰি দুৰ্ভোগ ভোগাই আহিছে বৰাক উপত্যকাৰ ৰাইজৰ লগতে চুবুৰীয়া ৰাইজ্য ত্ৰিপুৰা আৰু মিজোৰামৰ লাখ লাখ লোকক । নিৰ্মাণ তথা মেৰামতি নোহোৱাৰ বাবে পথছোৱাৰ অৱস্থাই জীয়াতু ভোগাই আহিছে দীৰ্ঘদিন ধৰি । বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে । ৰোগীসকলৰ ক্ষেত্ৰতো চৰম অসুবিধা হৈছে যদিও পথটোৰ নিৰ্মাণৰ বাবে চৰকাৰৰ বিৰুদ্ধে কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে ৷

8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থা, মৰণ ফান্দত পৰিণত ৰাষ্ট্ৰীয় ঘাইপথ

লগতে পঢ়ক: নলবাৰীৰ এগৰাকী কণমানি শিল্পী

বিশেষকৈ পাথাৰকান্দি চহৰৰ অৱস্থা বিগত দুবছৰ ধৰি ভয়াবহ হৈ পৰিছে ।

Intro:Body:SLUG : PATHETIC CONDITION OF NH 8

অসম ত্ৰিপুৰা সংযোগী আট নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাল অবস্থাই দীৰ্ঘ বছৰ ধৰি কন্দুৱাই আহিছে বৰাক উপত্যকাৰ লগতে চুবুৰীয়া ত্ৰিপুৰা আৰু মিজোৰামৰ লাখ লাখ লোকক । বিশেষকৈ কৰিমগঞ্জৰ পৰা অসম ত্ৰিপুৰা সীমান্তলৈকে এনে বহু ঠাই আছে, যি ঠাই সমুহ একপ্ৰকাৰ মৰন ফান্দত পৰিনত হৈছে । নিৰ্মান তথা মেৰামতি নোহোৱাৰ বাবে পথচোৱাটোৰ বেহাল অবস্থাই জীয়াতু ভুগাই আহিছে দীৰ্ঘ বছৰ ধৰি । বহু স্থান এনেও আছে যত খোজকাঢ়িব নোৱাৰা অৱস্থা । বিভিন্ন সময়ত যাত্ৰী সকলে দুৰ্ঘটনাৰ চিকাৰ হব লগিয়া হয় । ৰোগীৰ ক্ষেত্ৰত চৰম অসুবিধা হৈছে যদিও পথচোৱাটোৰ বেহাল অবস্থাৰ নিৰ্মাণৰ বাবে চৰকাৰৰ বিৰুদ্ধে কানসাৰ নিদিয়াৰ অভিযোগ দীৰ্ঘদিনৰ । বিশেষকৈ পাথাৰকান্দি চহৰৰ অৱস্থা বিগত দুবছৰ ধৰি ভয়াবহ হৈ আছে । বৰংবাৰ আন্দোলন কৰাৰ পিছতো চহৰখনৰ বেহাল অৱস্থাৰ আজিলৈকে পৰিবৰ্তন হোৱা নাই । আৰু এই মুহুৰ্তত কৰিমগঞ্জৰ পথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত অসম।
বাইট,স্থানীয় লোক।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.