ETV Bharat / state

কমলাক্ষ দে পুৰকায়স্তৰ নিৰ্বাচনী প্ৰচাৰত উত্তপ্ত পৰিস্থিতি - কমলাক্ষ দে পুৰকায়স্তৰ নিৰ্বাচনী প্ৰচাৰ উত্তপ্ত পৰিস্থিতি

কৰিমগঞ্জৰ ছেটেলমেন্ট ৰোডত এক উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হয় ৷ স্থানীয়ো সদৰি কৰা মতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সমৰ্থকৰ মাজত প্ৰথমে বাক যুদ্ধ তাৰ পাচত হতাহতি সৃষ্টি হয় ৷ এই পৰিস্থিতিত কেইবাজনো লোকৰ আঘাট প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

কমলাক্ষ দে পুৰকায়স্তৰ নিৰ্বাচনী প্ৰচাৰ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 25, 2021, 4:37 PM IST

কৰিমগঞ্জ, 25 মাৰ্চ : নিশা কৰিমগঞ্জৰ ছেটেলমেন্ট ৰোডত এক উত্তেজনাৰ পৰিস্থিতি সৃষ্টি হয় ৷ স্থানীয়ো সদৰি কৰা মতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সমৰ্থকৰ মাজত প্ৰথমে বাক যুদ্ধ, তাৰ পাচত হতাহতি সৃষ্টি হয় ৷ এই পৰিস্থিতিত কেইবাজনো লোকৰ আঘাট প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণ অনুসৰি সভাৰ আৰম্ভণিতে ৰাইজৰ দলৰ সমৰ্থিত কিছু যুৱকে মহাজোঁটৰ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্তৰ ঘনিষ্ট হিচাপে পৰিচিত সন্দিপ নন্দীৰ বিৰুদ্ধে মছজিদ ভঙা এক অভিযোগ উত্থাপন কৰে ৷ হাতত অভিযোগৰ কাগজলৈ প্ৰতিবাদ সাব্যস্থ কৰে কিছু যুৱকে ৷ এই প্ৰতিবাদৰ সময়তে দুটা পক্ষৰ মাজত হতাহতি সৃষ্টি হয় ৷

ঘটনাৰ এনে পৰ্যায় পায় যে অৱশেষত ঘটনাস্থলীত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগা হয় ৷ উল্লেখ্য যে, মহাজোঁটৰ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্তৰ উক্ত স্থানত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হৈছিল যদিও নিৰ্বাচনি প্ৰচাৰ নকৰাকৈ উভতি যাব লগা হয় ৷

লগতে পঢ়ক: ঢেকীয়াজুলিত অন্তিম প্ৰচাৰত ব্যস্ত অশোক সিংহল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.