ETV Bharat / state

বদৰপুৰ প্ৰাথমিক স্বাহ্য কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ - চিকিৎসকৰ অভাৱ

চিকিৎসকৰ অভাৱ ৷ ৰোগীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতি ৷ চিকিৎসক নিয়োগৰ দাবীত বদৰপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ ৷

বদৰপুৰ প্ৰাথমিক স্বাহ্য কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Sep 6, 2019, 5:37 PM IST

বদৰপুৰ, 6 ছেপ্তেম্বৰঃ বদৰপুৰ চহৰৰ একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হৈছে বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ কিন্তু বিগত এক সপ্তাহ ধৰি এই স্বাস্থ্য কেন্দ্ৰটোত নাই এজনো চিকিৎসক । চিকিৎসক অবিহনে এতিয়া ৰোগীসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতি ৷ এই সমস্যাৰ কথা কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকক জনায় যদিও কোনো ফল নোপোৱাত অৱশেষত স্বাস্থ্য কেন্দ্ৰৰ সন্মুখতে প্ৰতিবাদত বহে বদৰপুৰ সচেতন যুৱ সমাজ । প্ৰতিবাদৰ পাচত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় স্বাস্থ্য মন্ত্ৰীলৈ ৷

বদৰপুৰ প্ৰাথমিক স্বাহ্য কেন্দ্ৰত ৰাইজৰ প্ৰতিবাদ

স্বাস্থ্য বিভাগ হায় হায়, স্বাস্থ্য মন্ত্ৰী হায় হায় ধ্বনি দিয়ে স্বাস্থ্য কেন্দ্ৰ চৌহদত। স্বাস্থ্য কেন্দ্ৰটোত নাই এজন চিকিৎসক, বহু দিন ধৰি ফাৰ্মাচিট এজনে চলাই আহিছে চিকিৎসালয়খন ৷ চিকিৎসালয়খনত মাজে মাজে অপিডি খোলা হয় যদিও চিকিৎসকৰ অভাৱত বহু দিনৰ পৰা বন্ধ হৈ পৰিছে ইণ্ডোৰ পৰিসেৱা ।

Intro:বদৰপুৰ প্ৰাইমাৰি হাসপাতালত চিকিৎসক নিয়োগৰ দাৱীত হাসপাতালৰ সৌমুখত ৰাইজৰ প্ৰতিবাদ ।Body:SLUG-PROTEST FOR PROVIDE DOCTORS

বদৰপুৰ 6 সেপ্টেম্বৰ : - অসমৰ স্বাস্থ্য মন্ত্ৰী স্বাস্থ্য বিভাগৰ উন্নয়নৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰিলেও বদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত যেন তাৰ উল্টো চিত্ৰ পৰিলক্ষিত হৈছে। উল্লেখ্য বদৰপুৰ চহৰত থকা একমাত্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হৈছে ৱদৰপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। যত আজি এক সপ্তাহৰ পৰা নাই এজন চিকিৎসক। চিকিৎসক বিহনে চলিয়াছে এইখন হাসপাতাল। বদৰপুৰৰ যুবসমাজে বাৰ কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যুগ্ম সঞ্চালকৰ কাকত আবেদন জনালে ও কোন ফল না পাই আজি হাসপাতালৰ সৌম্মুখত আন্দোলন বহিছে বদৰপুৰ সচেতন যুবসমাজ । স্বাস্থ্য বিভাগ হায় হায়,স্বাস্থ্য মন্ত্ৰী হায় হায় ধ্বনিত কপাই তুলে হাসপাতাল চৌহদ । তেওঁ লোকেৰ অভিযোগ স্বাস্থ্য বিভাগৰ চৰম অবহেলাত ভোগিছে বদৰপুৰৰ ৰাইজ। এই হাসপাতালত নাই এজন চিকিৎসক ,ফাৰ্মাচিট চলিয়াছে হাসপাতালখন,মাজে মাজে অপিডি খোলা হলে ও চিকিৎসকৰ অভাৱত বহু দিনৰ পৰা বন্ধ হৈ পৰিছে ইনডোৰ পৰিসেবা ।এনে পৰিস্থিতিত ৰোগীৰ মাজত হোৱা ধোঁয়া লাগিছে । চহৰৰ মাজ মজিয়াত আৰু ৰাষ্ট্ৰীয় ঘাইপথ কাকত থকা এই হাসপাতালত এনে অবস্থাত জলা কলা খোয়াইছে ৰাইজক । আন্দোলন শেষত স্বাস্থ্য মন্ত্ৰীৰ কাকত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকে। এতিয়া স্বাস্থ্য মন্ত্ৰী কি ব্যৱস্থা গ্ৰহণ কৰিব এয়া লক্ষ্যণীয় ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:বদৰপুৰ পৰা স্বপ্নজিৎ নাথৰ ৰিপোৰ্ট
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.