ETV Bharat / state

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

গাঁতৰ মাজত পথ নে পথৰ মাজত গাঁত ? অসম-ত্ৰিপুৰা সংযোগী 8নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত পুখুৰী সদৃশ গাঁত ৷

author img

By

Published : Apr 27, 2019, 12:02 PM IST

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

কৰিমগঞ্জ,27 এপ্ৰিল: বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত আৰু গড়কাপ্তানি পথৰ লগতে বহিঃৰাজ্যৰ লগত সংযোগ স্থাপনকাৰী ঘাইপথৰ শোচনীয় অৱস্থাই জীয়াতু ভোগাইছে সাধাৰণ ৰাইজক । কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী সদাব্যস্ত 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ অৱস্থাই উদঙাইছে যোগাযোগ ব্যৱস্থাৰ কদৰ্য ৰূপ ৷ এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণৰ দায়িত্বত আছিল এবিচিআই নামৰ এটা নিৰ্মাণকাৰী সংস্থা । চৰকাৰী নিয়ম অনুসৰি নিৰ্মাণ হোৱাৰ 5 বছৰলৈকে চোৱাচিতাৰ দায়িত্বত থকা সংস্থাটোৱে নিৰ্মাণৰ পাচতে পিঠি দিয়াৰ অভিযোগ একাংশ স্থানীয় ৰাইজৰ ।

কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথচাৰীক

ইপিনে দৈনিক প্ৰায় শতাধিক যানবাহন এই পথছোৱা দি পাৰ হৈ থকাৰ বিপৰীতে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পথছোৱাৰ অৱস্থা দিনে দিনে অধিক অৱনতি ঘটিছে ৷ যাৰ বাবে এতিয়া এই পথছোৱাৰ মেৰামতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ তথা যান-বাহন চালকসকল তথা যাত্ৰীসকলে ৷

লগতে পঢ়ক - বন্ধ হ'ব কাজিৰঙাৰ এলিফেণ্ট ছাফাৰী

Intro:ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ দাবী তুলিছে স্থানীয় ৰাইজে।

Body:slug:- condition of nh
কৰিমগঞ্জ ও পাথাৰকান্দি 27 এপ্ৰিল । বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তৰ পঞ্চায়ত আৰু গড়কাপ্তানি পথৰ কথা বাদেই দিয়ক।বহিৰাইজৰ লগত সংযোগ স্থাপনকাৰী ঘাইপথৰ সূচনীয় অৱস্থাই জিয়াতু ভোগাইছে সাধাৰণ ৰাইজক । কৰিমগঞ্জ জিলাত অসম ত্ৰিপুৰা সংযোগী 8নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ অৱস্থাৰ বাবে বৰাক উপত্যকাৰ লগতে ত্ৰিপুৰা আৰু মিজোৰামৰ লাখ লাখ ভূক্তভোগী লোকে সমস্যাৰ সম্মুখীন হব লগীয়া হয়।বিশেষকৈ কৰিমগঞ্জৰ লোৱাইৰপোযাৰ পৰা চূড়াইবাৰী লৈকে পথটোৰ বিভিন্ন ঠাই কাৰ্যত মৰন ফান্দত পৰিণত হৈছে । দহ মিনিটৰ পথ অতিক্ৰম কৰিবলে হলে প্ৰয়োজন হয় 30ৰ পৰা 40 মিনিট । শতাধিক আন্দোলনৰ পিছতো কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে ৰাইজে একো নাপালে ।ৰাইজত চৰকাৰ সলনি হলে ও বৰাক উপত্যকাৰ যোগাযোগ ব্যবস্থা আজিলৈকে ও সম্পূৰ্ণ হোৱা নাই । এই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্ব পাইছিল এবিচিআই নামৰ এখন নিৰ্মান সংস্থাই। চৰকাৰী নিয়ম অনুসৰি নিৰ্মাণ হোৱাৰ 5 বছৰ লৈকে সংস্কাৰৰ দায়িত্ব নিৰ্মাণ সংস্কাৰ থাকে কিন্তু নিৰ্মাণৰ পিছত আজি লৈকে সংস্কাৰ কৰা নাই নিৰ্মান সংস্থাই বুলি অভিযোগ স্থানীয় ৰাইজৰ । এয়া গাঁতৰ মাজত পথ নে পথৰ মাজত গাত আপুনি নেদেখিলে বিশ্বাস কৰিব নোৱাৰিৰ । বৰ্তমান এই স্থানত উপস্থিত আছে আমাৰ সাংবাদিক । আৰু পথৰ বৰ্তমান দৃশ্য দেখুৱাব ।

Conclusion:উল্লেখযোগ্য যে কৰিমগঞ্জৰ পোৰামাৰাৰ পৰা চূড়াইবাৰী লৈকে পথ নিৰ্মাণৰ দায়িত্ব পাইছিল এ বি চি আই নামৰ নিৰ্মাণ সংস্থা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.