ETV Bharat / state

কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰেই নহয়: কৃপানাথ মাল্লাহ - ৰাতাবাৰীৰ বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰ

নিৰ্বাচনী প্ৰচাৰ অভিযানত উত্তাল হৈ আছে ৰাজ্যৰ আকাশ-বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভিৰ কৰিছে ৰাজনৈতিক নেতাই ৷ সোমবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহে ৷

কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰেই নহয়:সাংসদ কৃপানাথ মাল্লাহ

author img

By

Published : Mar 23, 2021, 10:14 AM IST

পাথাৰকান্দি, 23মাৰ্চ: নিৰ্বাচনী প্ৰচাৰ অভিযানত উত্তাল হৈ আছে ৰাজ্যৰ আকাশ-বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভিৰ কৰিছে ৰাজনৈতিক নেতাই ৷ সোমবাৰে ৰাতাবাৰীত বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাহে ৷

কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰেই নহয়:সাংসদ কৃপানাথ মাল্লাহ
কংগ্ৰেছ বিজেপিৰ বাবে ফেক্টৰেই নহয়:সাংসদ কৃপানাথ মাল্লাহ

এইবাৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ আঠটা বিধানসভা সমষ্টিৰ ভিতৰত পাঁচটা কৈ বিধানসভা সমষ্টি বিজেপিৰ দখললৈ যাব । কংগ্ৰেছৰ লগত এইবাৰ নাই ৰাইজ । কংগ্ৰেছ বৰ্তমান সময়ত কোনো ফেক্টৰেই নহয় ৰাতাবাৰীৰ বাবে ৷ এই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে কৰিমগঞ্জৰ সাংসদ গৰাকীয়ে ৷

আনকি ৰাতাবাৰী সমষ্টিটোৰ একাধিক স্থানত প্ৰচাৰ চলাই সাংসদজনে মন্তব্য কৰে যে, বৰ্তমান ৰাইজ উন্নয়নত বিশ্বাসী ৷ গতিকে কোনো পধ্যেই বিজেপি প্ৰাৰ্থীক কোনেও পৰাভূত কৰিব নোৱাৰে । এনেদৰে ৰাজ্যত বাক্যবাণৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক: খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.