ETV Bharat / state

চিপ লোৱা অৱস্থাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

শুকুৰবাৰে চিপ লোৱা অৱস্থাত হাবিৰ ভিতৰত উদ্ধাৰ হয় কৰণ উজিৰৰ অৰ্ধগলিত মৃতদেহ ৷

MISSING MAN, FOUND  DEADBODY. karimganja
কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 26, 2020, 5:11 PM IST

কৰিমগঞ্জ,26জুনঃ কৰিমগঞ্জৰ 20 নম্বৰ ছোট হাতাই অঞ্চলত আঠ দিনৰ মূৰত নিৰুদ্দেশ হৈ থকা ব্যক্তিৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি পৰিয়ালৰ সদ্যৰ লগত বাদ-বিবাদৰ ফলত আঠ দিন পূৰ্বে ঘৰৰ পৰা ওলাই গৈছিল বিশ নম্বৰ চাহ বাগিচাৰ বাসিন্দা কৰণ উজিৰ নামৰ 45 বছৰীয়া ব্যক্তিজন।

কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

আনহাতে নিৰুদ্দেশ হৈ থকা ব্যক্তি জনক তিনি দিনৰ উকলি যোৱাৰ পিছত সন্ধান নাপায় পৰিয়ালৰ লোকে বাজাৰিচৰা আৰক্ষী থানাত এখন নিখোজ হৈ থকা সংক্ৰান্ত এজেহাৰ দাখিল কৰে। ইপিনে শুক্ৰবাৰে চিপ লাগি থকা অৱস্থাত হাবিৰ ভিতৰত উদ্ধাৰ হয় কৰণ উজিৰৰ অৰ্ধগলিত মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে এইয়া হত্যা নে আত্মহত্যাৰ ঘটনা তাকে লৈ ব্যাপক চৰ্চা অব্যাহত আছে অঞ্চলটোত ৷ ইফালে আৰক্ষীক খবৰ দিয়োৰ পিছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷

লগতে পঢ়কঃ গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.