ETV Bharat / state

দক্ষিণ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠীচালনা

author img

By

Published : Apr 18, 2019, 12:00 PM IST

পুৱা 10.30 বজালৈকে আৰম্ভ নহ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটাৰে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময় জানিবলৈ যোৱাত আৰক্ষীয়ে লাঠিচালনা কৰাৰ অভিযোগ ৷

দক্ষিণ কৰিমগঞ্জৰ কাদাইৰগুল ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

দক্ষিণ কৰিমগঞ্জ , 18 এপ্ৰিল : দক্ষিণ কৰিমগঞ্জৰ কাদাইৰগুলৰ ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ পুৱা 10.30 বজালৈকে আৰম্ভ নহ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভোটাৰে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ সময় জানিবলৈ যোৱাত আৰক্ষীয়ে লাঠিচালনা কৰাৰ অভিযোগ ৷

দক্ষিণ কৰিমগঞ্জৰ কাদাইৰগুল ভোট গ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

বিজেপি কৰ্মীৰ উচতনিত সংখ্যালঘু এলেকাত ভোট গ্ৰহণ হ্ৰাস কৰাৰ বাবে ভোটকেন্দ্ৰৰ কৰ্মীয়ে বিসংগতি সৃষ্টি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হয় আৰু স্থানীয় জনতাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে ৷

Intro:দক্ষিণ করিমগঞ্জের কাদাইৰগুলত উত্তপ্ত পরিস্হিতি , সকাল দশটা ত্রিশ মিনিটেও ভোট গ্রহণ শুৰু হয়া নাই, বিকল দু দুটি কেন্দ্রের ইভিএম মেশিন , কেতিয়া শুৰু হবে ভোট গ্রহণ জানিবলৈ. যোয়াৰ পিছত পুলিশের লাঠিচার্জ , ক্ষোব্ধ জনতাৰ ৰোষের মূখে পড়লেন জোনেল অফিসাৰ জসিম উদ্দিন , পরিকল্পিত ভাবে বিজেপির ৰিমোর্টে ভোটকর্মীরা বিড়ম্বনার সৃষ্টি কৰে সংখ্যালঘু এলাকার ভোট কাষ্টিং কমানোর অভিযোগ , বিক্ষোভ ক্ষোব্ধ জনতার , জনরোষ থেকে জোনেল অফিসারকে উদ্ধার করলেন আরক্ষী ।Body:NaConclusion:আমিরুল আলম সিদ্দেকী দক্ষিণ করিমগঞ্জ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.